Song: Moromot Matisu
Singer: Zubeen Garg and Bhitali Das
Album: Janmoni 2000
Moromot Matisu Lyrics
অ জান ঐ ….
দূৰনিৰ পাহাৰত শুনো ৰিনি ৰিনি ,
ঐ শুৱ্লা কুলিৰে ঐ মাত ,
ঐ তোমাক বিছাৰি পালোহি জানমনি ,
ঐ দেহা মন পৰিছে হাত
মৰমত মাতিছোঁ ,
তোমাক জানমনি
তুমি মোৰ বুকুৰে ,
হিয়া বাখৰ মনি
ঐ’ক’তেনো গৈ আছিলা ,
বিছাৰি ঐ ফুৰালা ,
জান ঐ..
কিয়নো তুমি মোক বলিয়া কৰিলা
পাহাৰৰ জুৰিতি ,
বৈ আহে নিগৰী
তোমাক নেদেখি ,
থাকো কেনে কৰি
ইছাঁতিঐ বিছাঁতি ,
দেহানো ছাঁতি ফুতি
জান ঐ…
মাতিলে ভাল লাগে মোক জানমনি বুলি
সপোনত মৰমী ,
আহা কাষে চাপি
দিঠকত কিয়নো ,
যোৱাগৈ আতৰি
AssameseLyrical.com
ঐ মৰমনো আকলোৱা ,
হিয়া জোৰ ঐ নপৰা
জান ঐ …
মন মতলীয়া তোমাক দেখাৰ পৰা
ৰিনিকি ৰিনিকি ,
পেঁপাৰ মাত তিনহিতি
তোমাৰ মাতে শুনি ,
ৰ’ব কে নোৱাৰি
নদী নো দীপ মাজুলী ,
নোবোজো মৰমনো কি
জান ঐ…
ৰাখিবা তুমি বুকুতে বান্ধি
Leave a Reply