Barikhare Banot Lyrics |
Song: Barikhare Banot
Singer: Zubeen Garg & Babu Baruah
Barikhare Banot Lyrics
বাৰিষাৰে বানত
অ’ দাদা
পৰিছে নে মনত
তোৰ দাদা …
বাৰিষাৰে বানত
অ’ বাবু
পৰিছে নে মনত
তোৰ বাবু
ব’ঠা মাৰিছেলো যে
কলৰে নাঁৱ্ত
ধেমালি ধেমালিতে যাঁও দূৰলৈ
ভয়ে ভয়ে আহোঁ ঘৰলৈ …
বাৰিষাৰে বানত
অ দাদা
পৰিছে নে মনত
তোৰ দাদা
ব’ঠা মাৰিছেলো যে
কলৰে নাঁৱ্ত
মিঠা মিঠা কথাবোৰ
আছেনে মনত
মন যায় উভতি ঘৰলৈ …
অ’অ’অ’অ’অ’অ’
চোতালত একাঠু
পদূলিত এবুক
সাতুঁৰি সাতুঁৰি থাকো
অ’অ’দেউতাৰে কোলাত
ভণ্টিয়ে কান্দে
বাৰে বাৰে জোকাইছিলো …
লুকাই লুকাই
আয়ে কান্দে চুকত
কি কৰো নকৰোঁ
আমিও বিপাঙত
আজি দেখোঁ পৰে মনত
অ’ বাবু
মোৰো জান’ পৰে মনত …
অ’অ’অ’অ’অ’অ’……
অ’ অ’ অ’
আমলখি ডালত ফেৰেঙনিত বহি
বৰশী বাঁও তোৰে লগত …..
AssameseLyrical.com
অ’ বিনাৰ ওপৰত
বিচনা তুলি লৈ
আছিলো সপোনৰ দেশত
সেই সপোনে কৰে
আজিও আমনি
ৰঙে-ৰসে ভৰা
ল’ৰালিৰ কাহিনি
আজি দেখাঁ পৰে মনত
অ’ দাদা
মোৰ জান’ পৰে মনত …
অ’অ’অ’অ অ’অ’….
বাৰিষাৰে বানত
অ’ বাবু
পৰিছে নে মনত
তোৰ বাবু
ব’ঠা মাৰিছেলো যে
কলৰে নাঁৱ্ত
মিঠা মিঠা কথাবোৰ
আছেনে মনত
মন যায় উভতি গাঁওলৈ ….
Leave a Reply