Category: angaraag mahanta
-
Nila Akakh (নীলা আকাশ) | Lyrics In Assamese | Angaraag Mahanta
Song: Nila Akakh (নীলা আকাশ) Singer: Angaraag Mahanta Nila Akakh Lyrics Nila Akakh Lyrics:— নীলা আকাশ, মেঘৰ আবাস, বৰণীয়া পোহৰ এজাক, ই ক’ৰপৰা আহি আছে ! নেজানো একোকে, সঁচা-মিছা….. অতি চিনাকি এজাক বৰষুণ, নামিলেহি মোৰ চোতালতে, অতি চিনাকি অনুভূতিবোৰ, বাগৰ সলায় মোৰ হৃদয়তে, মোৰ মনক জোকায়, সেই বৰষুণজাকৰ দৰে সিও গুচি যায়, বৰ অসহায়, অসহায় লাগে সেই…
-
Paribane Purabo Lyrics | পাৰিবানে পূৰাব | Angaraag Mahanta
Song: Paribane Purabo (পাৰিবানে পূৰাব) Singer: Angaraag Mahanta Paribane Purabo Lyrics Paribane Purabo Lyrics:— পাৰিবানে পূৰাব তুমি বগা চাদৰ উকা কপাল পাৰিবানে পূৰাব তুমি ভঙা হিয়া উদং কোলা পাৰিবানে, পাৰিবানে কোৱা দিব চকুলো মচি যদি পাৰা জীৱন দিয়া দিব শান্তি-সুখ আনি পাৰা যদি হাঁহি দিয়া পাৰিবানে….. কোন তুমি, তুমি কি বিছৰা নিৰপৰাধ শিশুৰ কোৱা কি অপৰাধ কোৱানা কোৱানা…. দেখি-শুনি আজি চকু কিয় মুদা ন্য়ায় দিব কোনে, দুহাত কিয় বন্ধা ৰজা-মন্ত্ৰী খেল মাঁথো শেষ নহয় কাৰো সপোন টকা-পইচা আহে মাঁথো আমি নহয় কাৰো আপোন….. পাৰিবানে পূৰাব তুমি বগা চাদৰ উকা কপাল পাৰিবানে পূৰাব তুমি ভঙা হিয়া উদং কোলা পাৰিবানে, পাৰিবানে কোৱা দিব চকুলো মচি যদি পাৰা জীৱন দিয়া দিব শান্তি-সুখ আনি পাৰা যদি হাঁহি দিয়া পাৰিবানে…..
-
Akakh Akakh Lyrics | আকাশ আকাশ | Angaraag Mahanta (Papon)
Song: Akakh Akakh (আকাশ আকাশ) Song: Angaraag Mahanta (Papon) Akakh Akakh Lyrics Akakh Akakh Lyrics:— আকাশ আকাশ তোমাৰ কথা ডাৱৰ ডাৱৰ মোৰ মন, সাঁথৰ সাঁথৰ তোমাৰ চকু পাতল পাতল মোৰ উম, তাকৰ তাকৰ তোমাৰ আশাত বাখৰ হ’ব মোৰে বাট….. আকাশ আকাশ তোমাৰ কথা ডাৱৰ ডাৱৰ মোৰ মন; নিশা যিমানেই গভীৰ হ’ব সিমানে আশা বাঢ়ি যাব, নিশা যিমানেই গভীৰ…
-
Nila Akakh Lyrics | নীলা আকাশ | Angaraag Mahanta (Papon)
Song: Nila Akakh (নীলা আকাশ) Singer: Angaraag Mahanta (Papon) Nila Akakh Lyrics Nila Akakh Lyrics:— নীলা আকাশ, মেঘৰ আবাস, বৰণীয়া পোহৰ এজাক, ই ক’ৰপৰা আহি আছে ! নেজানো একোকে, সঁচা-মিছা….. অতি চিনাকি এজাক বৰষুণ, নামিলেহি মোৰ চোতালতে, অতি চিনাকি অনুভূতিবোৰ, বাগৰ সলায় মোৰ হৃদয়তে, মোৰ মনক জোকায়, সেই বৰষুণজাকৰ দৰে সিও গুচি যায়, বৰ অসহায়, অসহায় লাগে…
-
Mon Uroniya Pokhi Lyrics | মন উৰণীয়া পক্ষী | Angaraag Mahanta (Papon)
Song: Mon Uroniya Pokhi (মন উৰণীয়া পক্ষী) Singer: Angaraag Mahanta (Papon) Mon Uroniya Pokhi Lyrics Mon Uroniya Pokhi Lyrics:– মন উৰণীয়া পক্ষী, হেৰুৱা ঠিকনা বিছাৰি, পাখি মেলো দূৰ নীলিমলে, দিগন্তৰ সীমনালে, মন উৰণীয়া পক্ষী….. উৰি উৰি উৰি গধূলি, পাওঁগৈ মই ঠাই যিখনি, তাতে লওঁ জিৰণি, নিশাটিৰ হওঁ আলহী….. নতুন পুৱাই জগাই দিয়ে, সপোনে আকৌ ৰিঙিয়াই মাতে, মন…
-
Tumarei Jen Lyrics | তোমাৰেই যেন | Angaraag Mahanta | Papon
Song: Tumarei Jen (তোমাৰেই যেন) Singer: Angaraag Mahanta (Papon) Tumarei Jen Lyrics Tumarei Jen Lyrics:— তোমাৰেই যেন, আজি এই ৰাগে, নিয়ঁৰটো ৰং সানে; বুজা নুবুজা বহু অবুজ আবেশ, নিযঁৰৰেই দৰে…. নাজানো কিয় নামে এই এন্ধাৰ আজি, কিয়নো সপোন ভাগে, তোমাৰেই আশা মাঁথো দুচকুতে মোৰ, নাজানো মনে কি বিচাৰে; তোমাৰেই যেন, আজি এই ৰাগে, নিয়ঁৰটো ৰং সানে; বুজা…
-
Ejak Botahe Lyrics | এজাক বতাহে | Angaraag Mahanta | Papon
Song: Ejak Botahe (এজাক বতাহে) Singer: Angaraag Mahanta Ejak Botahe Lyrics Ejak Botahe Lyrics:— এজাক বতাহে ক’লে আহি, মই নভবা কথাবোৰ, এটি ফুলে কান্দি কান্দি, ক’লেহি মনৰ কথাবোৰ, মৰম কিদৰে এজাক ধুমুহা হৈ, বিছাৰি ফুৰিছে মোক, এজাক বতাহে ক’লে আহি, মই নভবা কথাবোৰ, এটি ফুলে কান্দি কান্দি, ক’লেহি মনৰ কথাবোৰ… হাতত তোমাৰ ধৰি হাত, পাৰ হৈ অহা…
-
Nistobdho Nishar Lyrics | নিস্তব্ধ নিশাৰ | Angaraag Mahanta | Papon
Song: Nistobdho Nishar (নিস্তব্ধ নিশাৰ) Singer: Angaraag Mahanta Nistobdho Nishar Lyrics Nistobdho Nishar Lyrics:— নিস্তব্ধ নিশাৰ জিলিয়ে মোক ৰাতিপুৱালে লগ দিলে, আকৌ এবাৰ উভটি চালো যে মই ইমান অকলশৰীয়া, আ আ আ…. কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, কত সঁচা জীৱনৰ মিছা হৈ পৰিছে, একেবোৰ মিছাকে লৈ সঁচাকৈ হাঁহিছে, জানো কেতিয়া পুৱাব…
-
Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) – Lyrics | Angaraag Mahanta ( Papon)
The song Mon Mur Uri Gusi Jai was written and sung by the great and famous Assamese singer Angarag Papon Mahanta. The lyrics of the song are very beautiful and describe the feeling of love and longing in a very poetic way. The song has been very popular among the people of Assam and is…
-
Junaki Rati (জোনাকী ৰাতি) – Papon Lyrics | Angaraag mahanta
Song: Junaki Rati (জোনাকী ৰাতি) Singer: Angaraag mahanta & Papon Junaki Rati (জোনাকী ৰাতি) – Papon Lyrics:– ক’ত এজাক, ক’ত এজাক….. ক’ত এজাক, ক’ত এজাক….. জোনাকী ৰাতি, কিয়নো আহি……… প্ৰতিটো সুৰটো ছবি আঁকিলি, জোনাকী ৰাতি, কিয়নো আহি……… তোমাৰ দুচকোৱে মোক নিশা কিয় কন্দুৱায়, তোমাৰ মিঠা হাঁহিটিয়ে মোক আজিও হঁহুৱায়, তোমাৰ দুচকোৱে মোক নিশা কিয় কন্দুৱায়, তোমাৰ মিঠা হাঁহিটিয়ে…