Category: Bhupen Hazarika

  • Polakhore Rong (পলাশৰে ৰং) | Lyrics In Assamese | Bhupen Hazarika

    Song: Polakhore Rong (পলাশৰে ৰং) Singer: Bhupen Hazarika Polakhore Rong Lyrics Polakhore Rong Lyrics:– কথা : ডেকা – পলাশৰে ৰং গীত : গাভৰু – পলাশৰে ৰং কোনেনো সানিলে এই মিঠা সেউজ বননিত ডেকা : আৰু তোমাৰ কোমল চাৱনিত কথা : গাভৰু : জীৱনৰে ৰং ডেকা : জীৱনৰে ৰং পলাশে সানিলে কোমল কোমল ঘাঁহনিত গাভৰু : আৰু তোমাৰ…

  • Jindabaad Mendela (জিন্দাবাদ মেণ্ডেলা) | Lyrics In Assamese | Bhupen Hazarika

    Song: Jindabaad Mendela (জিন্দাবাদ মেণ্ডেলা) Singer: Bhupen Hazarika Jindabaad Mendela Lyrics Jindabaad Mendela Lyrics:— জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ জিন্দাবাদ মেণ্ডেলা মেণ্ডেলা জিন্দাবাদ সাতাইশ বছৰ আৰু সাতটা মাহৰ বন্ধ কাৰাগাৰ ভাঙিলাঁ প্ৰখৰ ৰৌদ্ৰৰূপে আফ্ৰিকাৰ নতুন যুৱক হৈ ওলালা জিন্দাবাদ মেণ্ডেলা।। বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনি বজ্ৰ হাতুৰীৰে ভাঙিলা মুক্ত আকাশৰ উদ্দেশ্যে দৃঢ়মুষ্টি তুমি তুলিলা জিন্দাবাদ মেণ্ডেলা।। কৃষ্ণাংগৰ চিৰমুক্তি তোমাৰ…

  • Ganga Mur Maa (গংগা মোৰ মা) | Lyrics In Assamese | Bhupen Hazarika

    Song: Ganga Mur Maa (গংগা মোৰ মা) Singer: Bhupen Hazarika Ganga Mur Maa Lyrics Ganga Mur Maa Lyrics:— গংগা মোৰ মা পদ্মা মোৰ মা মোৰ চকুলোৰে দুটি ধাৰা মেঘনা যমুনা। একে আকাশ একে বতাহ দুই কলিজাত একে উশাহ দুটি চৰাইৰ দুটি মাতত একেই মুৰ্ছনা।। অʼমোৰ চকুৰোৰে দুটি ধাৰা মেঘনা যমুনা। ইপাৰ সিপাৰ কোন পাৰে নেজানো মই চৌদিশতে…

  • O Hol Axomor Pratham Akhor (অ হʼল অসমৰ প্ৰথম আখৰ) | Lyrics In Assamese | Bhupen Hazarika

    Song: O Hol Axomor Pratham Akhor (অ হʼল অসমৰ প্ৰথম আখৰ) Singer: Bhupen Hazarika O Hol Axomor Pratham Akhor Lyrics O Hol Axomor Pratham Akhor Lyrics:— অ হʼল অসমৰ প্ৰথম আখৰ অসমৰ অকণি অসমতে ঘৰ। আ-ই বোলে আহ্‌ আহ্‌ মটৰ গাড়ী তোৰ পেটত উঠি মই যাওঁ নলবাৰী হ্ৰস্ব-ইয়ে ভাল পায় ইলীহি মাছ বিলাহী টেঙা খাই ঘূৰি…

  • Kaal Joyi Mrityunjoy (কাল জয়ী মৃত্যুঞ্জয়ী) | Lyrics In Assamese | Bhupen Hazarika

    Song: Kaal Joyi Mrityunjoy (কাল জয়ী মৃত্যুঞ্জয়ী) Singer: Bhupen Hazarika Kaal Joyi Mrityunjoy Lyrics Kaal Joyi Mrityunjoy Lyrics:— কাল জয়ী মৃত্যুঞ্জয়ী, কালজয়ী মণিৰাম তোৰ মৃত্যুৱে আজি ঘৰে ঘৰে কৰে মুক্তি-যুঁজৰ আহ্বান। ই জ্যোতিৰ আঁকিব আল্পনা হʼব এন্ধাৰ অৱসান ।। অসমীৰ অতীতৰ ফিৰিঙতি তই আজিৰ অগনিৰ প্ৰাণ ৰাইজৰ সাহসক উদঙাই দে তই হওক সৃষ্টি অৱিৰাম কালজয়ী মণিৰাম দেৱান।।

  • Shilongore Monalisa (শ্বিলঙৰে মনালিছা) | Lyrics In Assamese | Bhupen Hazarika

    Song: Shilongore Monalisa (শ্বিলঙৰে মনালিছা) Singer: Bhupen Hazarika Shilongore Monalisa Lyrics Shilongore Monalisa Lyrics:— শ্বিলঙৰে মনালিছা লিংডো তোমাৰ হাতৰ গীতাৰখনিত হিলিবিলি মিউজিক বজাই যোৱাঁ ।। মনালিছা মনালিছা মানালিছা, তোমাক স্ৰজিলে কোন লিওনাৰ্ডোই কেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া? মনত আছেনে দুয়ো গৰখীয়া শ্বৰাতিৰ সুৰে সুৰে কিন কিন বৰষুণে বৰষুণে ভিজা শ্বিলং পিকত সেই দেওবাৰে পুৱা। মনালিছা তুমি আজি…

  • Okua Pokua (অকোৱা পকোৱা) | Lyrics In Assamese | Bhupen Hazarika

    Song: Okua Pokua (অকোৱা পকোৱা) Singer: Bhupen Hazarika Okua Pokua Lyrics Okua Pokua Lyrics:— অকোৱা পকোৱা বাট, এই পাহাৰীয়া ঝক্‌ঝক্ চলিছে, যেন কেৰেলুৱা অকোৱা-পকোৱা বাটটো ‘পাতাচিয়াʼ ঝক্‌ঝক্ চলিছে যেন কেৰেলুৱা । ঝিক্ ঝিক্ ঝিক্ ঝিক্ ঝক্ ঝক্ ঝক্ ঝক্ ‘পাতাচিয়াʼ লকোখন চলি থক্ থক্।। দুটা কল খালাঁ আমালৈ নথʼলাঁ আৰু এটা খালাঁ আমাক নিদিলাঁ। ভগাই ভগাই খালে…

  • Muktikami (মুক্তিকামী) | Lyrics In Assamese | Bhupen Hazarika

    Song: Muktikami (মুক্তিকামী) Singer: Bhupen Hazarika Muktikami Lyrics Muktikami (মুক্তিকামী):— মুক্তিকামী লক্ষ্যজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নেপালা কিমান হিচাপ নকৰিলা কোনো ক্ষতি না‍ই! আহিছে সময় গণনাৰো দিন কৰিবা প্ৰাকাশ কোনো ত্ৰাস না‍ই কাল ৰাত্ৰিৰ বুকুতে লুকাই আছেই প্ৰভাত বুজিলানে নাই? ৰুদ্ধ দ্বাৰে উন্মুক্ত বায়ুক সদা কৰে ভয়…

  • Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম) | Lyrics In Assamese | Bhupen Hazarika

    Song: Karmai Amar Dharma (কৰ্মই আমাৰ ধৰ্ম) Singer: Bhupen Hazarika Karmai Amar Dharma Lyrics Karmai Amar Dharma Lyrics:— কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম আমি জীৱন-যুঁজত জিকিব লাগিব পিন্ধি সাহসৰ বৰ্ম। স্বাৰ্থপৰৰ লোলুপ আশা, আমি কৰিম খৰ্ব মহামানৱৰ বাণী শিৰে লৈ নাশিম যুঁজৰ গৰ্ব। সুফলা মাটিৰ সৃষ্টিৰ সুৰ, গামেই দেশৰ গৰ্ব পীড়িতজনক আকোঁৱালি লৈ গাঁৱতে পাতিম স্বৰ্গ।…

  • O Mur Jibonor (অʼ মোৰ জীৱনৰ) | Lyrics In Assamese | Bhupen Hazarika

    Song: O Mur Jibonor (অʼ মোৰ জীৱনৰ) Singer: Bhupen Hazarika O Mur Jibonor Lyrics O Mur Jibonor Lyrics:— অʼ মোৰ জীৱনৰ প্ৰিয় লগৰী কওঁ তোমাক আজি কথা এষাৰি। অতীতৰ পৰাজয় পাহৰি পেলাবা পিছলৈ টানিলে ঘূৰি নাচাবা। নিৰাশাৰ কʼলামেঘ ক্ষন্তেকীয়া আমাৰো আশা চিৰদিনীয়া। যৌৱন সেউজ ৰং পাহৰি নেযাবা শুভ আঁচনিলৈ আগবাঢ়িবা। আমাৰো প্ৰেম সৃষ্টিময় ইংগিত চোৱা সৌ জ্যোতিৰ্ময়।…