Song: Aji Puwoti (আজি পুৱতি)
Singer: Jyoti Prasad Agarwala
Aji Puwoti Lyrics |
Aji Puwoti Lyrics:—
আজি পুৱতি
কিহৰে আৰতি
কি নবীন বিনা বাজে….
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে
নিদ্ৰিত নৱতম পৃথিৱী জানো
(তোৰ) বৰ্ষনক্ষৰিত সেই
জ্যোতি-প্ৰভাততে
পুন্য স্নান কৰি
নবীন দিনৰ নৱজীভন মাগে
বিশ্বজনতা জানো
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে
Leave a Reply