Song: Biswa Bijoy Nabajuwan (বিশ্ববিজয়ী নৱ জোৱান)
Singer: Bhupen Hazarika
Biswa Bijoy Nabajuwan Lyrics:—
বিশ্ববিজয়ী নৱ জোৱান
বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
ওলাই আহাঁ, ওলাই আহাঁ
সন্তান তুমি বিপ্লৱৰ
সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুচিয়াৰ
মৃত্য়ু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ
Leave a Reply