Song: Thakim Tumar Hote (থাকিম তোমাৰ স’তে)
Singer: Meghali Borokha & Jay Nirvan
![]() |
Thakim Tumar Hote Lyrics |
Thakim Tumar Hote Lyrics:—
অ…. অ…..
দুটি জীৱনৰে
এখনি তুলুঙা নাওঁ
তুমি য’তেই যোৱা
মইয়ো লগতে যাওঁ
আমি সজালোঁ
চকুতে চকু থৈ
সপোন এটি
তাতেই তুমি মই
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে
জান ঐ… জান
জান ঐ… জান
জান ঐ… জান
জান ঐ… জান
থাকিম তোমাৰ স’তে
সুখত মৰিলেও ভোকত
সেইয়া মানি লম
বান্ধিম প্ৰেমৰ এনাজৰী
দুহাত ধৰি ধৰি
বুঢ়া-বুঢ়ী হ’ম
তুমিও আছা সেয়ে আছোঁ
তোমাৰ আৰু মোৰ
এখনেই হৃদয়
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে
তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে
জান ঐ… জান
জান ঐ… জান
জান ঐ… জান
জান ঐ… জান
Leave a Reply