ঐ বিহু আহিল মোৰ তেজে তেজে
ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে
ঐ যৌৱনৰ আমনি ঐ
কপৌ ফুল ফুলিছে
আয়ুল আ ঐ এজাৰত
ঢোল পেঁপাই মাতিছে
বিহুৰে ঐ বতৰত
ঐ যৌৱনৰ আমনি ঐ
কপৌ ফুল ফুলিছে
আয়ুল আ ঐ এজাৰত
ঢোল পেঁপাই মাতিছে
বিহুৰে ঐ বতৰত
অ মৰম হৃদয়ৰ পাপৰি
পাহৰি যাওঁ কেনে কৰি
অ মৰম হৃদয়ৰ পাপৰি
পাহৰি যাওঁ কেনে কৰি
ঐ যৌৱনৰ আমনি ঐ
মন উতলা হৈ যাবানে দূৰলৈ
মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ
মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ
(Music)
ঐ যৌৱনৰ আমনি
জাননে সহিব নোৱাৰি
ঐ যৌৱন থাকে মানে
জানমণি পিৰীতি কৰিবি
ঐ যৌৱনৰ আমনি
জাননে সহিব নোৱাৰি
ঐ যৌৱন থাকে মানে
জানমণি পিৰীতি কৰিবি
ঐ তোৰে মৰমে মোক
খুলি খুলি খায়
ঐ হবিনে লগৰী
মোৰেনো সদায়
ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে
ঐ বহাগ আহিল গছৰ ডালে ডালে
ঐ বিহু আহিল মোৰ তেজে তেজে
(Music)..
ঐ যৌৱনৰ আমনি ঐ
মোৰ গাঁৱৰে নাচনী
মুগাৰ নো সাজে পিন্ধি
মৰৰ তলৰ বিহুতে
দিবানো মাত এষাৰি
ঐ যৌৱনৰ আমনি ঐ
মোৰ গাঁৱৰে নাচনী
মুগাৰ নো সাজে পিন্ধি
মৰৰ তলৰ বিহুতে
দিবানো মাত এষাৰি
অ তোমাৰ মিঠা মাত এষাৰি
চকুত লাজুকী চাৱনি
অ তোমাৰ মিঠা মাত এষাৰি
চকুত লাজুকী চাৱনি
যৌৱনৰ আমনি ঐ
মন উতলা হৈ
আহিবা বিহু লৈ
মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ
মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ
মন উতলা হৈ
মৰমজান যাবানে দূৰলৈ
Leave a Reply