Song: Nasoni 2020
Singer: Jishu Raj
Lyrics& Tune: Latumoni
Music)…
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
দেখি মোৰ গাবলে মনে যায় বহাগৰে গান
নোৱাৰি থাকিব আঁতৰি জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ
(Music)…
মোৰ ফুলনিৰ ফুল হ’লে
সজাই থলো হেঁতেন জান ঐ
ফুলদানি কৰি
মোৰ পথাৰৰ ধান হ’লে
সাঁচি থলোঁ হেঁতেন ভঁৰালত লখিমী কৰি
দেখি মোৰ গাবলৈ মন যায়
ব’হাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
এ হাঁহিত মৰমলগা ঐ
(Music)….
ঐ নাচনী নামৰূপতে বহু কথাই জানা
নে ঐ জান নে
এ হেনো দিনে ধৰি পেলালা প্ৰেমতে
ঐ বুজা নে
দেখিলে গাবলৈ মনে যায়
ব’হাগৰে গান
নোৱাৰি থাকিব আঁতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰমলগা ঐ
(Music)….
Leave a Reply