Song: A Moina Jabi Ne Nejao
Album:Bihuwan
Singer: Neel Akash
Music: Ujjwal Aarong
A Moina Jabi Ne Nejao Lyrics
এ মইনা যাবি নে নেজাও ক মােৰে ঘৰলৈ
এ মইনা হবি নে নহও ক মৰম সচাকৈ
এ মইনা যাবি নে নেযাও ক মােৰে ঘৰলৈ
এ মইনা হবি নে নহও ক মৰম সচাকৈ
যদি কথা দিয় উৰে জীৱনলে
তুমি মই আমি হম জনম জনমলে
মা দেউতাক পঠাম মাঘৰে শেষত
তােকে খুজিবলে
এ মইনা যাবি নে নেযাও ক‘ মােৰে ঘৰলে
মোৰ জান ঐ
দেওহালোৰে আই থান , দাক ঘৰ হোল হাগ্ৰিজান
নিচেই কাষতে আছে জানা ওইল ইন্ডিয়া দুলীয়াজান
জান ঐ
ইনতাৰচিতিত আহিবা তিনিচুকীয়াত নামিবা
হাতিমোৰা বাগিচালৈ অটো এখন ধৰিবা
কাৰােবাক হুধিলে , কথা কব মােৰে
কাষতে মােৰে নো ঘৰ
এ মইনা যাবি নে নেযাও ক’ মোৰে ঘৰলৈ
এ মইনা হবি নে নহও ক’ মৰম সচাকৈ
মোৰ জান ও প্ৰথম দেখাৰ পৰা
মোৰ জান ওই , হলো মই পগলা
মোৰ জান ওই , ভাবাে তোৰে কথা
মোৰ জান ঐ কাষত পাম কেতিয়া
ক’তে মৰো কি কৰো ঐ , ক’তে নো সোমাই মোৰো ঐ
কতে মোৰো কি কৰো ঐ কতে নো সোমাই মোৰো ঐ
কিনো খায় পাহ’ৰি কিনো খা্য় পাহৰো তোক
এ মইনা যাবি নে নেযাও ক’ মোৰে ঘৰলৈ
এ মইনা হবি নে নহও ক’ মৰম সচাকৈ
যদি কথা দিয় উৰে জীৱ্নলে
তুমি মই আমি হম জনম জনমলৈ
মা দেউতাক পথাম মাঘৰে শেষত
তোকে খুজিবোলে
এ মইনা যাবি নে নেযাও ক’ মোৰে ঘৰলৈ
এ মইনা হোবি নে নহও ক’ মৰম সচাকৈ
Leave a Reply