Preetir Hubakhe Lyrics |
Song: Preetir Hubakhe
Album : Anamika
Singer : Zubeen Garg
Preetir Hubakhe Lyrics
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰেই এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌঁৱ্ন কিয় বাৰু …
AssameseLyrical.com
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰেই উদাসী মন …
দুচকু তুলি
চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা
আকাশত দেখোঁ
শাৰদী জোনাক
নামিছে অলকানন্দ ..
আকাশত দেখোঁ
শাৰদী জোনাক
নামিছে অলকানন্দ..
পাহৰা গীতৰ সুৰে আহি …
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু …
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰই উদাসী মন …
শ’ত ৰজনীৰ এন্ধাৰ আতৰি গ’ল ..
সুন্দৰৰে ৰহন পাখিৰে জীৱ্ন ৰাঙলী হ’ল ..
আকাশত দেখাঁ
শাৰদী জোনাক
নামিছে অলকানন্দ ..
আকাশত দেখাঁ
শাৰদী জোনাক
নামিছে অলকানন্দ ..
পাহৰা গীতৰ সুৰে আহি …
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু …
প্ৰীতিৰ সুবাসে
ধূূুৱাই দিলেহি
মোৰেই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱ্ন কিয় বাৰু …
প্ৰীতিৰ সুবাসে
ধুৱাই দেলেহি ….
Leave a Reply