Song: Korobi Pahi
Singer: Neel Akash
Korobi Pahi Lyrics
💘💘💘কৰবী পাহিটি চাই জান ঐ 💘💘💘
💘💘💘তোমাৰে কথা ভাঁবো 💘💘💘
💘💘💘মনৰ তুলিকাতে জান ঐ 💘💘💘
💘💘💘তোমাৰে ছবি আকোঁ 💘💘💘
💘💘💘 💘💘💘
💘💘💘মৰম মোহনালে আঁহিছো বৈ 💘💘💘
💘💘💘অযুত আশা বুকু্তে যে বান্ধি লৈ 💘💘💘
💘💘💘অ’ তোমাৰ বিশাল বোৰে নৈৰ 💘💘💘
💘💘💘খৰস্ত্ৰোতা সোঁততে 💘💘💘
💘💘💘পৰিবলে দিবানে 💘💘💘
💘💘💘পৰিবলে দিবানে বাৰু 💘💘💘
💘💘💘AssameseLyrical.com 💘💘💘
💘💘💘অ’ দুবৰি হয় জিনিম তোমাৰ নিঁয়ৰে 💘💘💘
💘💘💘অ আগ ভেটি ঐ 💘💘💘
💘💘💘ধৰিম দুনয়্নকে 💘💘💘
💘💘💘অ’ দুবৰি হয় জিনিম তোমাৰ নিঁয়ৰে 💘💘💘
💘💘💘অ আগ ভেটি ঐ 💘💘💘
💘💘💘ধৰিম দুনয়্নকে 💘💘💘
💘💘💘জোনাকৰ সীমনাত তোমাৰে হাঁহি 💘💘💘
💘💘💘তাকে চাই সাৰে পাই কোমল ৰ’দালী 💘💘💘
💘💘💘অ আবিৰ সানি দিলা হিয়াৰে মাজৰে 💘💘💘
💘💘💘পলাশ শিমলুৰে 💘💘💘
💘💘💘ৰঙচুৱা ফাগুনিকে 💘💘💘
💘💘💘এটি দুটি কৰি জানানে 💘💘💘
💘💘💘হিয়াৰ কোনতে তোমাৰে 💘💘💘
💘💘💘গানৰে মায়াতে তৰানো ফুলে 💘💘💘
💘💘💘এটি দুটি কৰি জানানে 💘💘💘
💘💘💘গানৰে মায়াতে তৰানো ফুলে 💘💘💘
💘💘💘বৰনীয়া মানসে 💘💘💘
💘💘💘ধুমুহা বেগত 💘💘💘
💘💘💘যায় তোমাকে চাবলে 💘💘💘
💘💘💘বহাগি সাঁজত 💘💘💘
💘💘💘বৰনীয়া মানসে 💘💘💘
💘💘💘ধুমুহা বেগত 💘💘💘
💘💘💘যায় তোমাকে চাবলে 💘💘💘
💘💘💘বহাগি সাঁজত 💘💘💘
💘💘💘মলয়ৰে তালে কিজানি আহিবা 💘💘💘
💘💘💘অনুভৱৰ কুহিপাতঁ 💘💘💘
💘💘💘চুই থয় যাবা 💘💘💘
💘💘💘অ’ মোৰে গান যেনেকৈ 💘💘💘
💘💘💘প্ৰিয় তোমাৰ তেনেকৈ 💘💘💘
💘💘💘সোমাবলে দিবানে 💘💘💘
💘💘💘তোমাৰ কোমল প্ৰানৰে ভাঁজত 💘💘💘
💘💘💘আদৰি লবানে 💘💘💘
💘💘💘পনয়ৰে মায়াবী সুৰক কৰবী পাহি 💘💘💘
Leave a Reply