Song: O Monimala
Singer: Vreegu Kashyap
Album: Raani
Lyrics: Rekibul
Music: Poran (JoJo)
Audio Mixed: Diganta Bardoloi
Video Director: Pankaj Ingti
Editor: Moni Rajkhonwa
Cast: Vreegu Kasshyap, Pankaj Ingti, Sunita Kaushik
O Monimala Lyrics in English
Saari tokaa saari onaar
Breeteniyaa biscuit
Khaai khaai khelisilu
Tur sotaalot kut kut
Loraalir hei morom
Aajio ase mur bukut
Kobohe poraa naai
Sokut thoiye tur sokut
Luti puti la luti puti
Moromore mur tupolaati
Oi o monimaalaa O monimaalaa
Tur baabe je moi aadha pogolaa
O monimaalaa o monimaalaa
Tur baabe je moi aadha pogolaa
AssameseLyrical.com
Dudoliyaa benire tur
Muthi muthi chuli taari
Paathsalare baakorit je
Tuk moi diya putolaati
Gomoke nepaalu toi holi gabharu
Etiyaa tur kaxole jabo nuwaru
Kothalor aadha dhoraa di dhoru
Maathu mur nuhowaloi
Toke je neru
Luti puti la luti puti
Moromore mur tupalaati
Oi o monimaala o monimaala
Tur baabe je moi aadhaa pogolaa
Bohujone bohukothaa
Uliyaabo ture mure
Kuwaajonor mukhtenu
Kune xopaa dibo paare
Jura mur ase jodi tur logote
Biyaa hoi aahibi toi mur ghorole
Hiyakhat poribo tur mithaa maatote
Tinijon home aami dudin pisote
Luti puti la luti puti
Moromore mur tupolaati
Oi o monimaalaa o monimaala
Tur baabe je moi aadha pogolaa !
O Monimala Lyrics in Assamese
চাৰি টকা চাৰি অনাৰ
ব্ৰিটেনীয়া বিছকুট
খাই খাই খেলিছিলো
তোৰ চতালত কুট-কুট
লৰালিৰ সেই মৰম
আজিও আছে মোৰ বুকুত
ক’বহে পৰা নাই
চকুত থৈয়ে তোৰ চকুত
লুটি-পুটি ল লুটি-পুটি
মৰমৰে মোৰ টোপলাটি
ঐ অ’ মণিমালা অ’ মণিমালা
তোৰ বাবে যে মই আধা পগলা
অ’ মণিমালা অ’ মণিমালা
তোৰ বাবে যে মই আধা পগলা
AssameseLyrical.com
দুডলীয়া বেনিৰে তোৰ
মুঠি মুঠি ছুলি টাৰি
পাঠশালাৰে বাকৰিত যে
তোক মই দিয়া পুতলাটি
গমকে নেপালো তই হ’লি গাভৰু
এতিয়া তোৰ কাষলে যাব নোৱাৰু
কঁঠালৰ আধা ধৰা দি ধৰো
মাথো মোৰ নোহৱালৈ
তকে যে নেৰু
লুটি-পুটি ল লুটি-পুটি
মৰমৰে মোৰ টোপলাটি
ঐ অ’ মণিমালা অ’ মণিমালা
তোৰ বাবে যে মই আধা পগলা
অ’ মণিমালা অ’ মণিমালা
তোৰ বাবে যে মই আধা পগলা
বহুজনে বহুকথা
উলিয়াব তোৰে মোৰে
কোৱাজনৰ মুখতেনো
কোনে সোপা দিব পাৰে
যোৰ মোৰ আছে যদি তোৰ লগতে
বিয়া হৈ আহিবি তই মোৰ ঘৰলে
হিয়াখাত পৰিব তোৰ মিঠা মাততে
তিনিজন হমে আমি দুদিন পিছতে
লুটি-পুটি ল লুটি-পুটি
মৰমৰে মোৰ টোপলাটি
ঐ অ’ মণিমালা অ’ মণিমালা
তোৰ বাবে যে মই আধা পগলা
অ’ মণিমালা অ’ মণিমালা
তোৰ বাবে যে মই আধা পগলা ।
Leave a Reply