Song: Nasoni
Singer: Jishu Raj
Nasoni Lyrics
ঐ নাচনী ধুনীয়া
হাঁহিত মৰম লগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
ঐ নাচনী ধুনীয়া
হাঁহিত মৰম লগা
আৰু যে ধুনীয়া
মুগা ৰিহা মেখেলা
AssameseLyrical.com
দেখি মোৰ গাবলে
মনে যাই বহাগৰে গান
নোৱাৰি থাকিব আতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰম লগা ঐ
মোৰ ফুলনীৰ ফুল হলে
সজাই থলো হেতেন
ও জান ঐ ফুলদানী কৰি
মোৰ পথাৰৰ ধান হলে
সাঁচি থলো হেতেন
ভঁৰালত লক্ষিমী কৰি
দেখি মই গাবলে মনে
যাই বহাগৰে গান
নোৱাৰি থাকিব আতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰম লগা ঐ
ঐ নাচনী নামৰূপতে
বহু কথা জানানে ও জানানে
ঐ হেনো দিনে ধৰি পেলালা প্ৰেমতে
ঐ বুজা নে
দেখি মই গাবলে মনে
যাই বহাগৰে গান
নোৱাৰি থাকিব আতৰি
জান ঐ জান
ঐ নাচনী ধুনীয়া
হাঁহিত মৰম লগা ঐ
Leave a Reply