Nahibi Kakhole Aranyam Duwarah and Meghali Borokha sang the lyrics. Chinmoy Kaushik and Joy Nirvan wrote the lyrics for the Assamese song “Nahibi Kakhole,” which was composed by Rex Boro.
Song : Nahibi Kakhole
Singer : Aranyam Duwarah Ft. Meghali Borokha
Lyrics/Tune : Chinmoy Kaushik & Joy Nirvan
Additional Lyrics/Tune : Arpon Jyoti Gogoi
Music /Mix /Master: Rex Boro
Backing vocal: Deepsikha borah
Flute: Anjan Medhi
Find More Assamese Lyrics on AssameseLyrical.com
Naahibi Kakhole Lyrics in English
নাহিবি🎸 কাষলে🎸
নাচাবি🎸 চকুলে🎸
🎸নিদিবি মৰম🎸 মোক
🎸যাঁচিবি 🎸আনকে🎸
তোক ভগাব🎸 নোৱাৰো🎸
🎸আধা আধা🎸 কৰি🎸
🎸কিদৰে 🎸কওঁনো তোক🎸
🎸ক’ ম🎸 ভগৱানকে🎸
🎸আনে বুকুলে🎸 আহি🎸
ঠাই ল’ব🎸 নোৱাৰে🎸
🎸তোকে এৰি গুচি যাম
🎸সেয়াও হ’ব নোৱাৰে🎸
🎸তোৰ সমান 🎸ধুনীয়া🎸
🎸জোনো হ’ব🎸 নোৱাৰে🎸
🎸তোৰ সমান 🎸কাহানিও🎸
🎸কোনো হ’ব🎸 নোৱাৰে🎸
🎸নাহিবি🎸 কাষলে🎸
🎸নাহিবি 🎸কাষলে🎸
দিন 🎸ৰাতিও হ’ব🎸
🎸নৈ ওলটি🎸 ব’ব🎸
🎸মৰম চেনেহ🎸 বোৰ🎸
সলনি🎸 নহ’ব🎸
🎸তুমি আছা🎸 যেনেকৈ🎸
🎸থাকিবা 🎸তেনেকৈ🎸
🎸তুমি সলনি🎸 হ’লে🎸
🎸মই থাকিম🎸 কেনেকৈ🎸
🎸নাহিবি কাষলে🎸
দিন 🎸ৰাতিও🎸 হ’ব🎸
🎸নৈ ওলটি🎸 ব’ব🎸
🎸মৰম চেনেহ 🎸বোৰ🎸
🎸সলনি নহ’ব🎸
তুমি🎸 আছা🎸 যেনেকৈ🎸
🎸থাকিবা 🎸তেনেকৈ🎸
তুমি🎸 সলনি হ’লে🎸
মই থাকিম🎸 কেনেকৈ🎸
🎸নাহিবি 🎸কাষলে🎸
🎸আনে বুকুলে🎸 আহি🎸
🎸ঠাই ল’ব🎸 নোৱাৰে🎸
🎸তোক এৰি গুচি যাম
🎸সেয়াও হ’ব🎸 নোৱাৰে🎸
🎸তোৰ সমান🎸 ধুনীয়া🎸
জোনো হ’ব🎸 নোৱাৰে🎸
🎸তোৰ সমান🎸 কাহানিও🎸
কোনো হ’ব🎸 নোৱাৰে🎸
🎸নাহিবি 🎸কাষলে🎸
Leave a Reply