Boroxun Lyrics, Zubeen Garg is the singer of the song. Sasanka Samir and Bablu composed the music for the Assamese song Boroxun.
Song: Boroxun
Singer: Zubeen Garg
Music: Bablu
Lyrics: Sasanka Samir
Boroxun Lyrics in English
Meghor pani pokhi hoi, nami aaha maati loi
Xuror suli meli loi, nami aaha gaan hoi
Mon heruwar bon tumi taatei rong
Moi balisor tumi murei nila boroxun
Mur raatiru din tumi taatei lin
Mur potharor kothiyare morom boroxun
Tumi prothom premor run
Tumi xopunor runjun
Bhal loga boroxun, bhalpuwa boroxun
Meghor pani pokhi hoi, nami aaha maati loi
Xuror suli meli loi, nami aaha gaan hoi
Sip sipiya phul tumi murei xun
Mur hridoyor behhisapi tumi boroxun
Kolpotiya bul tumi mur fagun
Mur abegor jeth mahoru tumi boroxun
Tumi prothom premor run
Tumi xopunor runjun
Bhal loga boroxun, bhalpuwa boroxun
Meghor pani pokhi hoi, nami aaha maati loi
Xuror suli meli loi, nami aaha gaan hoi
Boroxun Lyrics in Assamese
মেঘৰ পানী পখী হৈ, নামি আহা মাটি লৈ
সুৰৰ চুলি মেলি লৈ, নামি আহা গান হৈ
মন হেৰুৱাৰ বন তুমি তাতেই ৰং
মই বালিচৰ তুমি মোৰেই নীলা বৰষুণ
মোৰ ৰাতিৰো দিন তুমি তাতেই লীন
মোৰ পথাৰৰ কঠিয়াৰে মৰম বৰষুন
তুমি প্ৰথম প্ৰেমৰ ৰুন
তুমি সপোনৰ ৰুনজুন
ভাল লগা বৰষুণ, ভালপোৱা বৰষুণ
মেঘৰ পানী পখী হৈ, নামি আহা মাটি লৈ
সুৰৰ চুলি মেলি লৈ, নামি আহা গান হৈ
চীপ চীপিয়া ফুল তুমি মোৰেই সোন
মোৰ হ্ৰিদয়ৰ বেহিচাপি তুমি বৰষুণ
কলপতীয়া বোল তুমি মোৰ ফাগুন
মোৰ আবেগৰ জেঠ মাহৰো তুমি বৰষুণ
তুমি প্ৰথম প্ৰেমৰ ৰুন
তুমি সপোনৰ ৰুনজুন
ভাল লগা বৰষুণ, ভালপোৱা বৰষুণ
মেঘৰ পানী পখী হৈ, নামি আহা মাটি লৈ
সুৰৰ চুলি মেলি লৈ, নামি আহা গান হৈ
Leave a Reply