Tumi Junak Song Lyrics. The newest Assamese song, Tumi Junak, has lyrics by Neel Akash and Ereka and music by Pranoy Dutta. Buddha Jyoti Bezbaruah is responsible for the lyrics of Tumi Junak. Celesti Bairagey, Yasashree Bhuyan, and Deepjyoti Mahanta are featured in the song video.
Tumi Junak Song Details:
Song: Tumi Junak
Singer: Neel Akash & Ereka
Musician: Pranoy Dutta
Written by: Buddha Jyoti Bezbaruah
Cast: Celesti Bairagey , Yasashree Bhuyan & Deepjyoti Mahanta
Tumi Junak Song Lyrics
তুমি হৈ তোমাতেই আছোঁ মই,
চোৱাঁনা নিজতে বিচাৰি
মৰমৰ এধানি তুমি যেন ৰ’দৰ সুৰভি
কিদৰেনো মই বুজাওঁ তোমাক!
তুমি কাষৰত মানেই জোনাক
বুকুৰ সপোনজাকে দিয়ে
মাথোঁ অনুভৱ আজি তোমাৰ
এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক
তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’
তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’
এখনি অকণমানি পৃথিৱী তুমি মোৰ
তোমাৰেই ভাৱনাতে মই আজি বিভোৰ
পোহৰৰ ছবি তুমি হিয়াৰে কোণৰ
ৰৈ যোৱা বাটৰ তুমি খোজ আৱেগৰ
জীৱনৰ প্ৰতিটো পুৱতিৰ এমুঠি ৰ’দ হৈ
কাষতে ৰ’বানে প্ৰেৰণাৰ এখনি নদী হৈ?
দুখৰ সাগৰ ভেদি সূৰুয খেদি বিচাৰি যাম পোহৰ
এন্ধাৰতো ৰ’বাহি মৰমৰ আভা হৈ তুমি
এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক
এতিয়া সপোন-নদীৰ পাৰত
শুনো সুৰ হৃদয়-বীণাৰ
সিঁচি যাওঁ মাথোঁ সেই সুৰ
তোমাৰ য’ত তুমি জোনাক
তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’
তুমি চোৱাঁ মোলে, তুমি চোৱাঁ
তুমি চোৱাঁ মোলে’ তুমি ৰোৱাঁ মোৰ হৈয়ে
ৰোৱাঁ চিৰজীৱনলে’
Watch Tumi Junak Music Video on YouTube
Do you found Any Mistake in Tumi Junak Lyrics?, Please Report In Comments Section with Correct Tumi Junak Song Lyrics!, view more Assameselyrics.
Leave a Reply