Song: Aji Janatar Jagise Biswarup (আজি জনতাৰ জাগিছে বিশ্বৰূপ)
Singer: Jyoti Prasad Agarwala
Aji Janatar Jagise Biswarup Lyrics |
Aji Janatar Jagise Biswarup Lyrics:—
আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি জাগিছে
সুন্দৰৰেই পাৰমানবিক স্বৰূপ
আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি আপোন পাহৰা মহাশক্তিয়ে
ধৰে অভিনৱ ৰূপ
আপোন কুৰূপ
পোহৰ বিৰূপ
এৰি
ধৰে জনতাই মহাসুন্দৰ ৰূপ ৷
পৃথিৱী আছিলে ৰৈ
জনতা জাগিবলৈ
আন্ধাৰত দেখা মহাসপোনক
আনিব দিঠকলৈ
জয় জনতা জয়
জয় পৃথিৱী জয়
আজি জনতাৰ জয় জয়কাৰ
পৃথিৱী মনোময়
জগত জ্যোতিৰ্ম্ময় ৷৷
Leave a Reply