Category: Old Assamese Lyrics

  • Jetuka Jetuka Lyrics (জেতুকা জেতুকা)

    Song: Jetuka Jetuka Singer: Sadhna Sargam জেতুকা জেতুকা দুহাতত জেতুকা দুহাতত জেতুকা কমোৱা তুলাৰ যেন মন হিয়াৰে দলিচাত মৰমৰ গামোছা মৰমৰ গামোছা দুগালত নধৰে ৰং সপোন লাহেকৈ নামিলে পদুলিত উলাহত উৰিলে মন পাখি লাহি গাভৰু মন পাখি লাহি গাভৰু মন  জেতুকা জেতুকা দুহাতত জেতুকা দুহাতত জেতুকা কমোৱা তুলাৰ যেন মন হিয়াৰে দলিচাত মৰমৰ গামোছা মৰমৰ…

  • Moi Eti Jajabor Lyrics (মই এটি যাযাবৰ)

    About Dr. Bhupen Hazarika: Bhupen Hazarika stands as an iconic figure in Indian music, celebrated not only for his enchanting melodies but also for his multifaceted contributions as a composer, singer, filmmaker, and cultural icon. Born in 1926 in Assam, Hazarika’s musical journey traversed various genres, blending Assamese folk music with contemporary styles, creating a distinctive…

  • Nekandiba Lyrics (নেকান্দিবা)

    Song: Nekandiba Singer: Bhupen Hazarika Nekandiba Lyrics নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা, পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা নেকান্দা কইনা…. নেকান্দিবা নেকান্দিবা মোৰে নতুন কইনা, পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা মইনা নেকান্দা কইনা…. AssameseLyrical.com আনৰে সোণ লুকুৱাবলে পিতাই শিক্ষা নিদিলে, সমাজৰ ধন চান কাঢ়িবলে আয়ে শিক্ষা নিদিলে, কোবেৰৰো পু ন’হলো দিবলৈ…

  • Tritiya Srenir Jatri Ami Lyrics

    Song: Tritiya Srenir Jatri Ami (তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি) Singer: Bhupen Hazarika   Tritiya Srenir Jatri Ami Lyrics প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি, জীৱন ৰেলৰ ডবাত আমি জীৱন ৰেলৰ ডবাত আমি প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি…. মাজে মাজে মাজে ৰেলে চিঞঁৰে নোপোৱাৰ বেদনা জুই হৈ উৰে, আমাৰ এই জুইৰেই অগ্ৰগামী…

  • Gagori Kokalot Lyrics By Zubeen Garg

    Song: Gagori Kokalot Album: Golden Collection Of Zubeen Vol – 1 Singer: Zubeen Garg Music: Zubeen Garg Gagori Kokalot Lyrics Gagori Kokalot Lyrics:— গাগৰি ককালত ৰ’দালি দুগালত মৰো মৰো লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি এটি খোজত উঠিছে ঢৌ মোৰ মনৰে বনত পানী অনা ঘাটলে নাযাবা দেই অলকে চল পালে কোনোবাই লৈ যাব ধৰি লৈ…

  • Kerela Tita Tita Lyrics By Zubeen Garg & Tarulata Kutum

    Song: Kerela Tita Tita Singer: Zubeen Garg & Tarulata Kutum Kerela Tita Tita Lyrics Kerela Tita Tita Lyrics:— কেৰেলা..তিতা তিতা তিতা হলেও…ভাজি খাই তোমাৰ কথা মিঠা মিঠা মিঠা কলিজা…খুলি খাই হিয়া মোৰ দহি হে যায়! মোৰ মইনা জান… মোৰ মইনা জান… হিয়া মোৰ দহি হে যায়! হিয়া মোৰ দহি হে যায়! (MUSIC)__ ঐ দিচাঙ মুখৰ…

  • Bukure Kothabur Lyrics By Zubeen Garg & Sumi Kakati

    Song: Bukure Kothabur Singer: Zubeen Garg & Sumi Kakati Lyrics: Chandan Kakati Bukure Kothabur Lyrics Bukure Kothabur Lyrics:– বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ এনেই লাগে তুমিয়ে আপোন এ সাগৰ ভাৱনাই শুবলে নিদিয়ে দেখিছোঁ দিনতে সপোন তুমি মোৰ আকাশী জোন উলাহে নধৰে চোন ৰলাহী বুকুতে সোণ তুমি মোৰ কোন জানানে কোন অ… বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ এনেই…

  • Rukmini Song Lyrics By Babu Baruah

    Song: Rukmini (ৰুক্মিণী) Singer: Babu Baruah Rukmini Song Lyrics Rukmini Song Lyrics:— অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে অ যদি ৰাশিযোৰা মিলে তোমাক আনিমে পলুৱাই চাদৰৰ উৰনিখন তুমি লবা মেৰিয়াই অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে ঐ সপোনৰ পালেঙত ঐ জান তোমাকে ৰাখিছো অ ঐ জান তোমাকে ৰাখিছো অ দিঠকত সৰুকৈ ঐ জান পজা এটি সাজিছো অ ঐ জান পজা এটি সাজিছো যৌৱনৰ ফুল ফুলিব হৃদয়ৰ পুখুৰিত আমি দুয়ো উমলিম সাতুৰি নাদুৰি অ তোমাৰ দুচকুৰ কাজলে ৰুক্মিণী পগলা মোক কৰিলে অ তোমাৰ দুবাহুৰ মাজতে ৰুক্মিণী জিৰাবলৈ দিবানে ঐ অ মনৰে কাৰেঙত ঐ জান আশাৰ চাকি জলিব অ ঐ জান আশাৰ চাকি জলিব অ আমাৰে হেপাহবোৰ ঐ জান খিলখিলাই হাঁহিব অ ঐ জান খিলখিলাই হাঁহিব মৰম যুগমীয়া হৈ সদায়ে থাকিব…

  • Mur Gaanote Jole Lyrics By Jyoti Prasad Agarwala

    Song: Mur Gaanote Jole (মোৰ গানত জ্বলে) Singer: Jyoti Prasad Agarwala Mur Gaanote Jole Lyrics Mur Gaanote Jole Lyrics:— মোৰ গানত জ্বলে শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ৷ মোৰ গানত গুমৰি ভূঁইকঁপ কৰে পৃথিৱীৰ নিৰ্ব্বাণ মোৰ গানৰ জুয়ে জগত পুৰিব দুষ্কৃতি সাৱধান৷ মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান৷ প্ৰালয়িকী মোৰ জাগিছে ছন্দ কৃতান্ত মূৰ্ত্তিমান…

  • Mur Gaanole Boxonto Ahe Lyrics By Jyoti Prasad Agarwala

    Song: Mur Gaanole Boxonto Ahe (মোৰ গানলে’ বসন্ত আহে) Singer: Jyoti Prasad Agarwala Mur Gaanole Boxonto Ahe Lyrics  Mur Gaanole Boxonto Ahe Lyrics:— মোৰ গানলে’ বসন্ত আহে পৃথিৱীৰ যত নুফুলা ফুলে মিচিক মিচিক হাঁহে মোৰ গানলৈ বসন্ত আহে৷ মোৰ গানত জাগে গন্ধ বনৰ অন্ধ নিজৰা মোৰ গানতে সুমন্দ্ৰিত নতুন দিনৰ বজ্ৰবতৰা মোৰ গানতে আন্দোলিছে সাত সাগৰৰ তেৰ…