Song: Aji Puwaoti Kihore Aaroti (আজি পুৱতি কিহৰে আৰতি )
Singer: Jyoti Prasad Agarwala
Drama: Nimati Koina
Aji Puwaoti Kihore Aaroti Lyrics |
Aji Puwaoti Kihore Aaroti Lyrics:—
আজি পুৱতি
কিহৰে আৰতি
কি নবীন বীনা বাজে….
পোহৰৰ বাটে বাটে
হে মৌন অতিথি !
আহিলা কি অভিনৱ সাজে ?
নিদ্ৰিত নৱতম পৃথিৱী জানো
(তোৰ) বৰ্ষনক্ষৰিত সেই
জ্যোতি-প্ৰভাততে
পুন্য স্নান কৰি
নবীন দিনৰ নৱজীভন মাগে,
বিশ্বজনতা জানো
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে !!
Leave a Reply