Song: Bonor Aarot Kune Kandi (বনৰ আঁৰত কোনে কান্দি)
Singer: Jyoti Prasad Agarwala
Bonor Aarot Kune Kandi Lyrics |
Bonor Aarot Kune Kandi Lyrics:—
বনৰ আঁৰত কোনে কান্দি যাৱ
মনৰ আঁৰত কোনে বীণ বাৱ
মোক জানো চিনি পাৱ ?
পাৱতো মোক চিনি
কতবাৰ তই
কত আহি গৈ
মোৰ মৰম গৈছ জিনি
পাৱতো তই, নাপাবি কিয়নো চিনি ?
তোৰ কন্দনা সুৰত
বেদনাৰ কি
নতুন প্ৰকাশ জাগে
তোৰ বীণৰ সুৰত
কোন নতুনৰ
অৰুণ ৰাগী লাগে
জনতা জাগে
আলোক ৰাগে ৰাগে ৷৷
Leave a Reply