Song: Bon Moinar Maat Xuni (বন-মইনাৰ মাত শুনি )
Singer: Jyoti Prasad Agarwala
Bon Moinar Maat Xuni Lyrics |
Bon Moinar Maat Xuni Lyrics:—-
বন-মইনাৰ মাত শুনি
বন কইনা শাঁত
বন জোনাকত
কোনে গাৱ
বনৰীয়া জাত
বন কইনাৰ হাঁহি গৈ
বন মালতী হ’ল
বন পখিলা উৰি আহি
মৌ খাবলৈ ৰ’ল
বনৰ মাজত নাচে হাঁহে
বনৰ কইনা
মই নেদেখা তই নেদেখা
সেউজী মইনা ৷৷
Leave a Reply