Song: Neel Akakhor Eta Tora (নীল আকাশৰ এটা তৰা)
Singer: Jyoti Prasad Agarwala
Drama: Khanikor
Neel Akakhor Eta Tora Lyrics |
Neel Akakhor Eta Tora Lyrics:—
নীল আকাশৰ এটা তৰা
এটা তৰা অ’
তাৰ পোহৰে…. তাৰ পোহৰে
বাটটি চিনি ল’
অ’ পথিক তই
ভাৱি শুনি তই
কি লেখ লেখ ৷
আকাশৰ সৌ দূৰ নীলিমাৰ
পোহৰে তোক
মাতিছে অ’
মাতিছে অ’ ৷৷
Leave a Reply