Song: Jibonot Joto Gan Galu (জীৱনত যত গান গালোঁ)
Singer: Jyoti Prasad Agarwala
Jibonot Joto Gan Galu Lyrics |
Jibonot Joto Gan Galu Lyrics:—
জীৱনত যত গান গালোঁ
জীৱনত যত গান গালোঁ
সেই গানবোৰে মোক
ঘূৰি আহি সুধিলে
নতুন দিনৰ বাবে
মোৰ কবিটিয়ে বাৰু কাক লিখিলে ?
হুমুনিয়াহ পেলাই
মই কাকো লিখা নাই বুলি ক’লে কবিটিয়ে
কাকো লিখা নাই
তহঁতেই ঘুৰি আহি
নতুন দিনৰ বাবে
লিখিছ সদায় ৷
মই আৰু গানো গোৱা নাই
গানো লিখা নাই ৷৷
Leave a Reply