Song: Sorai Halodhiya (চৰাই হালধীয়া পাখিও ধুনীয়া)
Singer: Anindita Pal
Sorai Halodhiya Lyrics |
Sorai Halodhiya Lyrics:—
[চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত
বিনন্দীয়া
মাতিলি অমাতৰ মাত]←২
[আমোলাই বননি
উঠিলে বিননি]←২
কি জুই লগালি গাত
ঐ বলিয়া
কি জুই লগালি গাত
(প্ৰথমখিনি)
[জুৰকৈ বলিলে
পছোৱা বা ছাটি]←২
আমৰ মল সৰালে বাত
ঐ বলিয়া
আমৰ মল সৰালে বাত
(প্ৰথমখিনি)
[ক’লাকৈ ডাৱৰে
জুৰ বৰষিলে]←২
হিয়া মোৰ নপৰিল শাঁত
ঐ বলিয়া
হিয়া মোৰ নপৰিল শাঁত
[চৰাই হালধীয়া পাখিও ধুনীয়া
মাতিলি অমাতৰ মাত
বিনন্দীয়া
মাতিলি অমাতৰ মাত]←২
Leave a Reply