Song: Kun Meghor Xun Hoi Borokhun (কোন মেঘৰে সোণ হৈ বৰষুণ)
Singer: Ipsita Hazarika
Kun Meghor Xun Hoi Borokhun Lyrics |
Kun Meghor Xun Hoi Borokhun Lyrics:—
{কোন মেঘৰে সোণ হৈ বৰষুণ} <——2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <—–2
ৰুণ জুণ জুণ <—–2 …
{কোন মেঘৰে সোণ হৈ বৰষুণ} <—–2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <—-2
ৰুণ জুণ জুণ <—–2
{পদূলিৰে জবা জুপিত অকণি কলি তোৰে কোমল পৰশ লাগি উঠিলে ফুলি} <—–2
{পখী আহি গীত গালে ডালতে পৰি} <—–2
গুণ গুণ গুণ <—–2
{কোন মেঘৰে সোণ হৈ বৰষুণ}<—–2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<—–2
ৰুণ জুণ জুণ<—–2
{বৰষুণৰ পৰশ লাগি সুৰুযে দিলেহি আঁকি আকাশতে সাত ৰঙৰে ৰামধেনু খনি}<—–2
{বৰষুণে পৰশিলে মোৰে মনটি সাত ৰঙৰে ৰাঙলী হ’ল হিয়াখনি}<—-2
পখী হৈ গীত গাম ডালতে পৰি যেন পখী হৈ গীত গাম ডালতে পৰি গুণ গুণ গুণ<—–2
{কোন মেঘৰে সোণ হৈ বৰষুণ}<—–2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<—–2
{কোন মেঘৰে সোণ হৈ বৰষুণ}<—-2
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<—-2
ৰুণ জুণ জুণ অ ৰুণ জুণ জুণ ৰুণ জুণ জুণ…..
Leave a Reply