Song: Poroxh ( পৰশ )
Vocals/Lyrics/Composition: Zunn Saharia
Poroxh ( পৰশ ) Lyrics
চকুৱেনো কি কথাতি কলে
নুবুজাকে মই তোমাৰে ভাষাকে
এমুঠি মৰম দিবলে মনে যায়
দিবানে তুমি হীয়া মোৰ উজলায়
আশাবোৰ আশা হৈয়ে ৰয়
নিৰাশাৰ ভাষা নুবুজিলো মই
চোৱা না চোৱা না কাষলে আহা না
কিদৰে আছু মই ৰৈ
চিপ চিপ বৰষুণত
প্ৰতিটো তোপালতে মই
তোমাৰে পৰশ পোৱাৰ চেতনা
কিদৰে পাহৰো মই
নিলিম আকাশৰ তলত
দুবাহু মেলি ৰও মই
জানোছা তুমি সাবতি ধৰা
শুভ্ৰ ধুলিকনা হৈ
আশাবোৰ আশা হৈয়ে ৰয়
নিৰাশাৰ ভাষা নুবুজিলো মই
চোৱা না চোৱা না কাষলে আহা না
কিদৰে আছু মই ৰৈ
চোৱা না চোৱা না কাষলে আহা না
কিদৰে আছু মই ৰৈ
চকুৱেনো কি কথাতি কলে
নুবুজাকে মই তোমাৰে ভাষাকে
Leave a Reply