Category: Valentine Day

  • Poroxh ( পৰশ ) Lyrics | Zunn Saharia | Assamese Love Song 2020

    Song: Poroxh ( পৰশ ) Vocals/Lyrics/Composition: Zunn Saharia Poroxh ( পৰশ ) Lyrics চকুৱেনো কি কথাতি কলে নুবুজাকে মই তোমাৰে ভাষাকে এমুঠি মৰম দিবলে মনে যায় দিবানে তুমি হীয়া মোৰ উজলায় আশাবোৰ আশা হৈয়ে ৰয় নিৰাশাৰ ভাষা নুবুজিলো মই চোৱা না চোৱা না কাষলে আহা না কিদৰে আছু মই ৰৈ চিপ চিপ বৰষুণত  প্ৰতিটো তোপালতে মই তোমাৰে পৰশ পোৱাৰ চেতনা কিদৰে পাহৰো মই নিলিম আকাশৰ তলত দুবাহু মেলি ৰও মই জানোছা তুমি সাবতি ধৰা  শুভ্ৰ ধুলিকনা হৈ আশাবোৰ আশা হৈয়ে ৰয় নিৰাশাৰ ভাষা নুবুজিলো মই চোৱা না চোৱা না কাষলে আহা না কিদৰে আছু মই ৰৈ চোৱা না চোৱা না কাষলে আহা না কিদৰে আছু মই ৰৈ চকুৱেনো কি কথাতি কলে নুবুজাকে মই তোমাৰে ভাষাকে Poroxh ( ইউটিউৱত চাওক পৰশ গীততি )