Song: Gumori Uthise Hiya (গুমৰি উঠিছে হিয়া)
Singer: Jyoti Prasad Agarwala
Gumori Uthise Hiya Lyrics |
Gumori Uthise Hiya Lyrics:—
গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷
যৌৱনৰ প্ৰথম পুৱাত আজি
ক’ত আছে প্ৰাণৰ আলহী
কোনে কৈয়ে দিব
কোনে জানে ৷৷
Gumori Uthise Hiya Lyrics |
Leave a Reply