Category: আকুলি বিকুলি
-
Akuli Bikuli (আকুলি বিকুলি) Lyrics from the Assamese film Priyar Priyo sung by Zubeen Garg & Nahid Afrin
Movie : Priyar PriyoSinger : Zubeen GargSong : আকুলি বিকুলি The Lyrics:: আকুলি বিকুলি হিয়া মোৰে বাউলিশেৱালী আবেলি বুকুতে আছে ফুলি… দুভৰিৰ উলাহে একো নামানে আজিউথলি উথলি জোনাকো নাচে আজি… এতিয়া বুকুত তুমি জোন হৈজোন হৈ. এতিয়া হৃদয় জ্বলি সোণ হয়সোণ হয়… এতিয়া বুকুৰ পথাৰ সেউজ হৈসেউজ হৈ… এতিয়া মনত তুমি ফুল হৈফুল হৈ… আকুলি বিকুলি…