Category: চিকুটি চিকুটি
-
Sikuti Sikuti (চিকুটি চিকুটি) Lyrics | Neel Akash & Rupali Kashyap
Song Name: Sikuti Sikuti (চিকুটি চিকুটি) Singer Name: Neel Akash & Rupali Kashyap Album: Sikuti Sikuti Sikuti Sikuti (চিকুটি চিকুটি) Lyrics:- অ ….অ….অ….অ…. চিকুটি চিকুটি বগা দুগালতে, ৰঙা ৰঙা বুলেৰে মই তোমাক, ৰং হানি দিম, ফুলিয়ে এপাহি ফুল, লাজত মৰহিলে, টানি আনি কপালতে, এটি চুমা আঁকি দিম… তুমি চালে দুচকুলে, নামে বৰষা বুকুলে, কপি উঠা মোৰে বুকু, ঢৌ হেজাৰ ফুলে, পিটিকি পিটিকি ৰাতিটো ফোনতে, তোমাৰ ফটো চাই থাকো, জানৈ ৰাতি দুপৰলে…. হাঈ ঐ মোৰে বহনা মোৰ হাকুটি ডাল লৈ বতাহ চৰাই উৰাই নিলে মোৰ হালি জাপি ঐ দিচাং নদিৰ পাৰতে মই আছো তোলৈ ৰৈ নাহ’ যদি নাৱত উঠি মাছে মাৰো গৈ…… নেৰে নাৰে……. এখন হৃদয় এটি সৰু পজা, অ মোৰ কলিজা, তোমাক তাতে ৰাখি থম, মই হম ৰজা , তুমি হবা ৰাণী, আমাৰে কাহিনী,…