Category: তুমি চোৱা যেতিয়া দুচকু তুলি
-
Tumi Suwa Jetiya ( তুমি চোৱা যেতিয়া ) Lyrics by Zubeen Garg
Singer: Zubeen Garg Song Name: Tumi Suwa Jetiya The Tumi Suwa Jetiya Lyrics::: তুমি চোৱা যেতিয়া দুচকু তুলি, মোৰ আকাশ ভাঙি নামে বিজুলি, ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে, তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত, তোমাৰ মাজত দিগন্ত, সৃষ্টিৰ অপৰুপ অনন্ত | ******************** ASSAMESE LYRICS *************** মেঘালি চুলি তাৰিত, ধৌ খেলে ৰ’দ দাৰি, হাহিত মিচিকনি, সোনাৰুৰ…