Category: নন্দ গীত

  • Nanda Geet (নন্দ গীত) – Papon Lyrics | Angaraag Mahanta

    Song: Nanda Geet (নন্দ গীত) Singer: Angaraag Mahanta & Papon Nanda Geet (নন্দ গীত) – Papon Lyrics:— নাচে নয়নে দিবা নিশি যশোৱা নন্দন, হিয়াতো জ্বলে সেই শ্যাম সশোভন…… হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল, লহৰী লহৰী যায় যমুনাৰ কূল…… নাচে নয়নে দিবা নিশি যশোৱা নন্দন, হিয়াতো জ্বলে সেই শ্যাম সশোভন….. উন্মনা ৰাধিকা এবেলিৰ বেলা, অ’ বিৰহে নধৰেহি যি অসহনো…