Category: Assamese Lyrics

  • Nupur Lyrics (নুপুৰ)

      Singer: Nupur  Singer: Kuldeep Suman Nupur Lyrics তোক এবাৰ চাবলে  আশা  বহু দিনৰে  তোক কাষত পাবলে  হেপাঁহ বহু যুগৰে  সাঁজিছো ঐ প্ৰেমৰ এটি পজাঁ  উমলিম ঐ দুয়ো এদিন জানা  তোক এবাৰ চাবলে  আশা  বহু দিনৰে  তোক কাষত পাবলে  হেপাঁহ বহু যুগৰে  আহিবিনে তই কাষলে  উলটি মোৰ সৰু পজাঁলে তইও চাগে ভাৱ সেই কথাকে  মনে…

  • Prerona Lyrics (প্ৰেৰনা)

    Song: Prerona Singer: Neel Akash & Dimpee Baishya Prerona Lyrics  বাৰিষাৰে জীয়া নদী  বুকুতে বোৱালা  কুমলিয়া কলিজাতে  কি ৰং সানিলা  প্ৰেম নামৰ এটি পুলি  হিয়াতে গুজিলা আলাখতে  ৰাখি থলো সাৱটি জানা  অ.. জাগি উঠে বুকুতে শিহৰন  মনে প্ৰানে তোমাৰেই আৱৰন হ’বানে তুমি মোৰ প্ৰেৰনা  তুমিয়েই জীৱনৰ ভৰষা  অ…তুমিয়েই জীৱ্নৰ ভৰষা  প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা …

  • Koli Jugor Prem Lyrics

    Song: Koli Jugor Prem (কলিৰ যুগৰ প্ৰেম) Singer: Bhaskar Opswel & Darshan Kiling  Koli Jugor Prem Lyrics কি গোন্ধাই আমোল মোল  বাৰিত পকা পান  বাৰিত সোমাই চালোঁং মই  পালোঁং কেচা পান  কি গোন্ধাই আমোল মোল  বাৰিত পকা পান  বাৰিত সোমাই চালোঁং মই  পালোঁং কেচা পান  অ’ এজনী ছোৱালী  অ’ মন তাইৰ উৰা পখী  অ’ ভিতৰি…

  • Hoine Ko Lyrics (হয় নে ক’)

    Song: Hoine Ko Singer: Achurjya Borpatra Hoine Ko Lyrics ঐ ভাল পালে নহব ন ঐ মৰম দিব লাগিবই ন  মই কিন্ত অজলা  তোৰে প্ৰেমত পগলা  একোকে নাজানোং ক’  এই মইনা কেনেকে নহব ন  বাৰো কেনেকৈ লাগিব ক  মৰমৰে টোপলা খুলি দিয়ো এতিয়া  যেনেকে লাগে তোক ল  AssameseLyrical.com  এ বোলে চকু লাল  এ বোলে বুকু খাল   এ…

  • Modarore Phul Henu Lyrics (মদাৰৰে ফুল হেনো)

    Song: Modarore Phul Henu Singer: Bhupen Hazarika Modarore Phul Henu Lyrics মদাৰৰে ফুল হেনো পূজাতো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে, লাগে পিছে ব’হাগতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে, কোনোবাই মোক হেনো মদাৰৰে ৰিজালে, আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে, লাগে পিছে সমাজতে ৰং সানিবলে, লাগে পিছে আকাশতে জুই জ্বলাবলে…. মদাৰ গছত বগোৱা পাণ…

  • Akoluwa Song Lyrics (আকলুৱা)

    Song: Akoluwa  Singers: Zubeen Garg & Aparajita Choudhury  Akoluwa Song Lyrics আকলুৱা মৰমে  বিচাৰে তোমাকে  আছা ক’তে তুমিনো ৰৈ ৰাতি ৰাতি আবেগে তোমাকে সাৱতে তুমিনো আছা ক’তে ৰৈ  মোৰো মন আকাশো তোমাতে হয় মগন জানাই চোন সকলো তুমিয়ে মোৰ জীৱন AssameseLyrical.com ওও দিলা কিনো  মৰম উপচাই ওওও দুই ওঁঠৰ পৰশে পগলা কৰিলে আবেগেৰে বুকু উপচায়…

  • Mori Jaam Mori Jaam Lyrics (মৰি যাম মই মৰি যাম)

      Song: Mori Jaam Mori Jaam Singer: Zubeen Garg & Khyanmoyur Mori Jaam Mori Jaam Lyrics মৰি যাম মই মৰি যাম সচাকৈ মই মৰি যাম তোক নাপালে মাজনি নিগমে মই মৰি যাম লিখি যাম মই লিখি যাম সচাকৈ মই লিখি যাম তোৰ কলিজাৰ তেজেৰে চিঠি খনি লিখি যাম সপেন ভাঙি যাব আশা হেৰাই যাব ও…

  • Jaboloi Khujote Lyrics (যাবলৈ খোজোতেই)

    Song: Jaboloi Khujote Singer: Zubeen Garg Jaboloi Khujote Lyrics   যাবলৈ খোজোতেই থমকিব দুভৰি ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি চিনাকি চিনাকি দুদিনৰ চিনাকি আতৰি হলেগৈ হ’বযে অচিনাকি যাবলৈ নিদিৱা ৰাখিবা ধৰি যাবলৈ খোজোতেই থমকিব দুভৰি ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি AssameseLyrical.com কোনে বাৰু মোক মৰম দিলে উকাঁ হিয়া মোৰ ভৰাই থলে ইমান দিনে আছিলে অকলে আপোন বুলি মোক…

  • Aaina Bhonga Di Lyrics (আইনা ভঙা দি)

    Song: Aaina Bhongadi Singer: Zubeen Garg  Aaina Bhonga Di Lyrics আইনা ভঙা দি ভাঙিব হিয়াখনি লুইতৰে সোঁতে ববগৈ চকুপানী তুমি এৰি আঁতৰি গ’লে আইনা ভঙা দি ভাঙিব হিয়াখনি লুইতৰে সোঁতে ববগৈ চকুপানী তুমি এৰি আঁতৰি গ’লে বতৰো নহয় চোন গোমা গোমা ভালপোৱা কিয় কৰা আধৰুৱা   আইনা ভঙা দি ভাঙিব হিয়াখনি লুইতৰে সোঁতে ববগৈ চকুপানী…

  • Noie Noie Oinitom Lyrics

    Song: Noie Noie Oinitom Singers: Vreegu Kashyap & Barnali Kalita Noie Noie Oinitom Lyrics  কলিজাত সুহুৰি বাজিছে লাহেকৈ লিহিৰি লিহিৰি কোনেও নজনাকৈ আজি ৰ’বলে দিয়ানা চকুতে চকু থোৱানা উৰুৱাইলৈ যোৱানা ফাগুনলৈ… নৈয়ে নৈয়ে ঐনিতম এটি শুনিছো তোমাৰ মাতত দূৰে দূৰে থাকিব নোৱাৰি তোমাক লাগে কাষৰত  নৈয়ে নৈয়ে ঐনিতম এটি শুনিছো তোমাৰ মাতত দূৰে দূৰে থাকিব নোৱাৰি…