Category: Prerona Lyrics
-
Prerona Lyrics (প্ৰেৰনা)
Song: Prerona Singer: Neel Akash & Dimpee Baishya Prerona Lyrics বাৰিষাৰে জীয়া নদী বুকুতে বোৱালা কুমলিয়া কলিজাতে কি ৰং সানিলা প্ৰেম নামৰ এটি পুলি হিয়াতে গুজিলা আলাখতে ৰাখি থলো সাৱটি জানা অ.. জাগি উঠে বুকুতে শিহৰন মনে প্ৰানে তোমাৰেই আৱৰন হ’বানে তুমি মোৰ প্ৰেৰনা তুমিয়েই জীৱনৰ ভৰষা অ…তুমিয়েই জীৱ্নৰ ভৰষা প্ৰেৰনা প্ৰেৰনা তুমি মোৰ প্ৰেৰনা …