Category: Assamese Lyrics
-
Notun Dinor No Suwali Lyrics By Jyoti Prasad Agarwala
Song: Notun Dinor No Suwali (নতুন দিনৰ ন-ছোৱালী) Singer: Jyoti Prasad Agarwala Notun Dinor No Suwali Lyrics Notun Dinor No Suwali Lyrics:— নতুন দিনৰ ন-ছোৱালী মোৰ গানটো যদি গাৱ মোৰ সুৰত যদি উটি বুৰি যাৱ মোৰ কপালৰ নতুন জ্যোতি যদি ভাল পাৱ মোৰ গানটো যদি গাৱ ৷ মোৰ গানটো যদি গাই থাকোতে জ্বলে বুকুত জুই সপোন দেখি…
-
Notun Ei Xomaj Nitir Lyrics By Jyoti Prasad Agarwala
Song: Notun Ei Xomaj Nitir (নতুন এই সমাজনীতিৰ) Singer: Jyoti Prasad Agarwala Notun Ei Xomaj Nitir Lyrics Notun Ei Xomaj Nitir Lyrics:— নতুন এই সমাজনীতিৰ নতুন এই সমাজনীতিৰ কিতাপখনত গঁথা কাৰনো মনৰ সোণ সেৰীয়া ৰূপ সেৰীয়া কথা কিতাপখনত গঁথা ৷ কোন মনীষাত জনগণৰ তীব্ৰ বেদনাই সপোন দেখি ন জীভনৰ উচুপি উচুপি, উঠিলে সাৰ পাই সেইহে মনীষাই দিব্যপ্ৰভা…
-
Junaki No Junaki Lyrics By Jyoti Prasad Agarwala
Song: Junaki No Junaki (জোনাকী ন জোনাকী) Singer: Jyoti Prasad Agarwala Junaki No Junaki Lyrics Junaki No Junaki Lyrics:— ন জোনাকী ন জোনাকী ন জোনাকী ন জোনাকী তোৰ পোহৰ ৰঙা কিয় ? বগা পোহৰক ৰঙা তেজৰে কিয় বোলায় দিয়? তইতো নহয় কত পীড়িতৰ ত্যাগৰ তেজৰ টোপালবোৰৰ মোৰ বেজাৰত জ্বলাই ফুৰা পাখি লগা শোক ৷ মোৰ অৰুণ গানৰ…
-
Dhulir Batere Juwa Lyrics By Jyoti Prasad Agarwala
Song: Dhulir Batere Juwa (ধূলিৰ বাটেৰে যোৱা) Singer: Jyoti Prasad Agarwala Dhulir Batere Juwa Lyrics Dhulir Batere Juwa Lyrics:— ধূলিৰ বাটেৰে যোৱা সুন্দৰৰ ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ পিছে পিছে, কোন যাবি লগে লগে কোন যাবি? চকুপানীৰ গাঁও পাবি ৷ যন্ত্ৰণা-বেদনা ব্যথাৰ মুকুতা ধুনীয়া ৰূপ চাবি চকুপানীৰ গাঁও পাবি ৷ তাত দীপ্তা আশাই নিৰাশাৰে যুঁজে তাত নতুন গানৰ…
-
Dehi Oi Lyrics By Jyoti Prasad Agarwala
Song: Dehi Oi (দেহি ঐ) Singer: Jyoti Prasad Agarwala Dehi Oi Lyrics Dehi Oi Lyrics:— দেহি ঐ ! দূৰৈৰে গাঁৱেখনি দেহি ঐ ! দূৰৈৰে গাঁৱেখনি ধনে-ধানে পূৰে মাত মৰিশালি হলে, আৱৰী মানে পাই ধনে-সোণে চুহি পুৰি ছায়ে কৰি গ’ল ৷ দেহি ঐ ! তাতে কোন গাভৰুৱে ৰূপৰ ফুল পিন্ধিছিল কপৌফুল পিন্ধিছিল কোনে ? কোন ডেকাদেৱে হাঁহি কাষ…
-
Deuta Moi Aji Xopunot Lyrics By Jyoti Prasad Agarwala
Song: Deuta Moi Aji Xopunot (দেউতা মই আজি সপোনত) Singer: Jyoti Prasad Agarwala Deuta Moi Aji Xopunot Lyrics Deuta Moi Aji Xopunot Lyrics:— দেউতা মই আজি সপোনত দেউতা মই আজি সপোনত দেখিলোঁ এটা গান তুমি যে লিখা সৰু গান তাতোকে’ অকণমান ৷ মোৰ দৰেই তাৰো গাতো কাপোৰ কানি নাই চোলা পিন্ধিলে সিও হেনো বৰ বেয়া পায় ৷…
-
Deuta Toi Ki Likhiso Gaan Lyrics By Jyoti Prasad Agarwala
Song: Deuta Toi Ki Likhiso Gaan (দেউতা তই কি লিখিছ গান) Singer: Jyoti Prasad Agarwala Deuta Toi Ki Likhiso Gaan Lyrics Deuta Toi Ki Likhiso Gaan Lyrics:— দেউতা তই কি লিখিছ গান দেউতা, তই কি লিখিছ গান মোলৈ এটা লিকিবি দেই কুৰ অকণমান এটা কুৰ পোৱালি গান ৷ দেউতা, মোৰ গানত, লিকিবি এটা সৰু ৰঙা চৰাই সোণৰ…
-
Dukhiyar Sutaledi Lyrics By Jyoti Prasad Agarwala
Song: Dukhiyar Sutaledi (দুখীয়াৰ চোতালেদি) Singer: Jyoti Prasad Agarwala Dukhiyar Sutaledi Lyrics Dukhiyar Sutaledi Lyrics:— দুখীয়াৰ চোতালেদি দুখীয়াৰ চোতালেদি পোহৰৰ বীণ বাই ব’হাগী কোঁৱৰটি যায় হজুৱাৰ বনুৱাৰ দুসাজি নিমিলাৰ বুকুত ন সপোনৰ জুইয়ে জ্বলাই ৷ বীণৰে কান্দোনত ৰৈ ৰৈ উচুপে অজলাৰ নিচলাৰ শোক জোঁকাৰত শিয়ঁৰে যাউতী যুগৰে পেটৰে মনৰে ভোক ৷ মোক অতদিনে আভুৱাভাৰিলে মিছাৰ মায়াজালে তৰি…
-
Tule Diya Xoraighat Lyrics By Jyoti Prasad Agarwala
Song: Tule Diya Xoraighat (তোলে’ দিয়া শৰাইখনত) Singer: Jyoti Prasad Agarwala Tule Diya Xoraighat Lyrics Tule Diya Xoraighat Lyrics:— তোলে’ দিয়া শৰাইখনত তোলে’ দিয়া শৰাইখনত দিলোঁ তামোল- পাণ ফুল দুটামান ছিঙি দিলোঁ আৰু দিলোঁ তাৰ লগতে মোৰ কেইটিমান গান ৷ তামোল- পাণৰ শৰাই নিলোঁ সজাই পৰাই তই আছিলি তাঁতৰ শালত মহুৰা যে ফুৰাই তই শৰাই ঢকা চালি…
-
Tuleke Saye Ase Lyrics By Jyoti Prasad Agarwala
Song: Tuleke Saye Ase (তোলে’কে চায়ে আছে) Singer: Jyoti Prasad Agarwala Tuleke Saye Ase Lyrics Tuleke Saye Ase Lyrics:— তোলে’কে চায়ে আছে তোলে’কে চায়ে আছে অকণি, তোল’কে চায়ে আছে ৷ আজি শিকলি মুকলি ভাৰতী আয়ে চকুপানী মছি তোলে’ অকণি তোল’কে চায়ে আছে ৷ গাঁৱৰ গাঁৱলীয়াই অজলাই দুখীয়াই বাগিছাৰ বনুৱাই খনি কাৰেখানাৰ কতনো কাজুৱাই তোল’কে চায়ে আছে ৷…