Category: Assamese Lyrics
-
Janu Bondhu Lyrics By Jyoti Prasad Agarwala
Song: Janu Bondhu (জানো বন্ধু) Singer: Jyoti Prasad Agarwala Janu Bondhu Lyrics By Jyoti Prasad Agarwala Janu Bondhu Lyrics:— জানো জানো জানো বন্ধু জানো জানো জানো বন্ধু মোৰ, সকলো গানৰ আলাপন মোৰ, সকলো সুৰৰ সকলো বিলাপন নবাভিনৱ গুঞ্জন কুঞ্জন ছন্দৰ মোৰ বিৰহ নিশাৰ আকুল উদ্যাপন সকলো এদিন সকলো হব তোতেই সমাপন ৷ তোতেই সমাপন ৷ চিৰ আন্ধাৰ…
-
Jag Bharotor Nabajuwan Lyrics By Jyoti Prasad Agarwala
Song: Jag Bharotor Nabajuwan (জাগ ভাৰতৰ নৱজোৱান) Singer: Jyoti Prasad Agarwala Jag Bharotor Nabajuwan Lyrics Jag Bharotor Nabajuwan Lyrics:– জাগ ভাৰতৰ নৱজোৱান জাগ ভাৰতৰ নৱজোৱান বিশ্ব বিজয়ী নৱজোৱান! কিহৰ শঙ্কা কিহৰ ভয় কপালত তোৰ জিলিকে জয় ৷ জাগা…. জাগা… জাগা দুৰ্ম্মদ নৱজোৱান জাগা অৰ্জ্জুন সম হৈ ক্লৈবতা (?) এৰি থৈ তোৰ যুঁহৰ সাৰথি ভগৱান জাগা দুৰ্ম্মদ নৱজোৱান…
-
Jay Hind Lyrics By Jyoti Prasad Agarwala
Song: Jay Hind (জয় হিন্দ্) Singer: Jyoti Prasad Agarwala Movie: Lavita Jay Hind Lyrics Jay Hind Lyrics:– জয় হিন্দ্ জয় জয় জয় হিন্দ্ জয় জয় নৱভাৰতৰ নবীন আৰুণোদয় জয় হিন্দ্ জয় জয় ৷ যুগান্তৰৰ আন্ধাৰ জিনি আগবাঢ়ি যা ন’ যোৱান! তোৰ হাতত উৰে বিজয়ী নিচান ৷ ইন্কিলাব জিন্দাবাদ্ হিন্দ্ আজাদ হিন্দ্ আজাদ ৷৷
-
Jay Rupmugdho Lyrics By Jyoti Prasad Agarwala
Song: Jay Rupmugdho (জয় ৰূপমুগ্ধ) Singer: Jyoti Prasad Agarwala Movie: Nimati Koina Jay Rupmugdho Lyrics Jay Rupmugdho Lyrics:— জয় ৰূপমুগ্ধ জয় সুৰমুগ্ধ জয় জয় অৰূপজ ৰূপকুমাৰ ৰূপে ৰূপে গন্ধে বৰ্ণে গানে সুৰ লয় তানে মানে লোৱা লোৱা প্ৰাণৰে পূজাৰ ষোড়শোপচাৰ জয় জয় অৰূপজ ৰূপকুমাৰ ৷৷
-
Jay Jyotirupa Jay Lyrics By Jyoti Prasad Agarwala
Song: Jay Jyotirupa Jay (জয় জ্যোতিৰূপা জয়) Singer: Jyoti Prasad Agarwala Jay Jyotirupa Jay Lyrics Jay Jyotirupa Jay Lyrics:— জয় জ্যোতিৰূপা জয় অজেয়া জয় জ্যোতিৰূপা জয় অজেয়া জয় জয় ভাৰত জয় জননী ৷ তোৰে কিৰীটিতে সবিতা-সম-প্ৰভ জ্ঞানৰ মুকুট মণি ৷ আহাঁ … আহাঁ….. আহাঁ সন্তান উৰোৱা ত্ৰিবৰ্ণ নিচান …. বজোৱা বিপ্লৱ শঙ্খ ধ্বনি জয় জয় ভাৰত জয়…
-
Jay Jay Danob Lyrics By Jyoti Prasad Agarwala
Song: Jay Jay Danob (জয় জয় দানৱ) Singer: Jyoti Prasad Agarwala Jay Jay Danob Lyrics Jay Jay Danob Lyrics:— জয় জয় দানৱ সেৱিত (নাটক : শোণিত কুঁৱৰী) জয় জয় দানৱ সেৱিত মহাদেৱ জয় জয় ত্ৰিশূলধাৰী জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ জয় ভীম বিভোল ভয়হাৰী ৷৷
-
Jonanu Ranjan Lyrics By Jyoti Prasad Agarwala
Song: Jonanu Ranjan (জনানুৰঞ্জন) Singer: Jyoti Prasad Agarwala Jonanu Ranjan Lyrics Jonanu Ranjan Lyrics:— জনানুৰঞ্জন জনানুৰঞ্জন….. কোন আজি কৰি জাগ নতুন দিনত কোনে জ্বলাব জুই নতুন প্ৰাণত ৷ তোৰ অভিনৱ গুঞ্জন সঞ্জীৱনীৰে কোনে বিকশিত কৰি যাৱ জনজীৱনৰে ফুলদল মন্দ্ৰিত কৰিছ কোনে অগ্নিকমল? কোনে বজাৱ বাঁহী জনতাৰ মনৰ বনত কোন তই উঠ জ্বলি আজি এই অগ্নিক্ষণত? জনানুৰঞ্জন….. আজি…
-
Jananir Xontan Lyrics By Jyoti Prasad Agarwala
Song: Jananir Xontan (জননীৰ সন্তান) Singer: Jyoti Prasad Agarwala Jananir Xontan Lyrics Jananir Xontan Lyrics:— জননীৰ সন্তান অজেয় নৱ জোৱান জননীৰ সন্তান…. অজেয় নৱজোৱান আজি হ’ব তোৰ সত্যৰ অভিযান আজি জহি যওক কত শতাব্দীৰ গ্লানি অপমান ৷ শক্তিহীনতা কাপুৰুষৰ তেজৰে উটাই আগবাঢ়ি আহি শত্ৰু কৰহি কম্পমান ৷ যুঁজিব লাগিব জিনিব লাগিব সত্যৰ মহা ৰণ নহ’লে নহ’ব, পৰিত্ৰাণ…
-
Janata Tur Pranoru Pranot Lyrics By Jyoti Prasad Agarwala
Song: Janata Tur Pranoru Pranot (জনতা তোৰ প্ৰাণৰো প্ৰাণত) Singer: Jyoti Prasad Agarwala Janata Tur Pranoru Pranot Lyrics Janata Tur Pranoru Pranot Lyrics:– জনতা তোৰ প্ৰাণৰো প্ৰাণত জনতা তোৰ প্ৰাণৰো প্ৰাণত মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছোঁ; তোৰ সপোনৰ কত ছবিত কত যে ফুল বাছোঁ, লুকাই লুকাই আছোঁ, তই নাজন, মই জানো …
-
Janata Tur Puhor Lyrics By Jyoti Prasad Agarwala
Song: Janata Tur Puhor (জনতা তোৰ পোহৰ) Singer: Jyoti Prasad Agarwala Janata Tur Puhor Lyrics Janata Tur Puhor Lyrics:— জনতা তোৰ পোহৰ পৰা মনত জনতা তোৰ পোহৰ পৰা মনত আজি আগবাঢ়িবৰ অগ্নিক্ষণত জাগিলে মোৰ গান তই পাতিলি কাণ ৷ সুন্দৰে তোৰ আগে আগে যায় দেখিছনে নাই ? অত যুগৰ কত পিছত উঠিছ সাৰ পাই ৷ তোৰ ত্ৰাণ…