Category: Babu
-
O Seni Mai (অ চেনিমাই) Lyrics In Assamese | Babu
SONG: O Seni Mai (অ চেনিমাই) SINGER: Babu O Seni Mai (অ চেনিমাই) Lyrics In Assamese:– অ চেনিমাই নাৰা না নে নানা নে অ চেনিমাই নাৰা না নে নানা নে নে না অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম উৰনিয়া উৰে মন আকাশত মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত হ’বি জানো মোৰে এই জনমত অ চেনিমাই, চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যাম ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত ভাল লাগে মোৰ, ভয় লাগে মোৰ যেতিয়া পাওঁ কাষৰত কিনো বুজিবি, মোৰে বহনা ভাগৰুৱা কৰে পলকত মৰমৰে মিঠা মিঠা কথা কথা কলিজাত আছে বহু আশা আশা বুকুতে বান্ধি লৈ উৰনিয়া উৰে মন আকাশত মোৰে দেহি দেখো তোক সপোনত লিখা জনে লিখিছেনে কপালত…
-
Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese | Babu
SONG: Laden Asil Polai (লাডেন আছিল পলাই) SINGER: Babu Laden Asil Polai (লাডেন আছিল পলাই) Lyrics In Assamese:– লাডেন আছিল পলাই… গৈ পাকিস্তান… তোমাক পিছে পলাই লৈ যাম ৰাজস্থান… অহা আহিন মাহৰ পূর্ণিমা ৰাতি… কৈ থলো মই সঁচাকে তোমাক কথাটি… অকৰা বাপেৰে নিদিয়ে মোলৈ… পলুৱাই নিনিলে থাকিম বাৰু কেনেকৈ…? বহিলে বহিব ৰাইজৰে মেল… তেতিয়ালৈ চলি যাব আমি…