Category: Bhupen Hazarika
-
Kar Gharor Lakhimi Lyrics | Bhupen Hazarika
Song: Kar Gharor Lakhimi (কাৰ ঘৰৰ লখিমী) Singer: Bhupen Hazarika Kar Gharor Lakhimi Lyrics Kar Gharor Lakhimi Lyrics:— কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছে কাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে ! কাৰ ঘৰত মেটমৰা কʼলা ধন বিজাৰিছে কাৰো ঘৰত অভাৱে জীৱন জোকাৰিছে। কাৰো ঘৰত নোপোৱাৰ চকুলো সৰিছে। কোনোবাই কাৰেং সাজি বিদ্যা আলয় পাতিছে ; অভিজাতৰ দুলালসৱে ৰঙৰ খেলা…
-
Jibontu Jodi Abhinay Hoi Lyrics | Bhupen Hazarika
Song: Jibontu Jodi Abhinay (জীৱনটো যদি অভিনয় হয়) Singer: Bhupen Hazarika Jibontu Jodi Abhinay Hoi Lyrics Jibontu Jodi Abhinay Hoi Lyrics:— জীৱনটো যদি অভিনয় হয় যদি অভিনয়তে মৰম ৰয় সেই মৰমৰ দাম কিমাননো ? আকাশ এখিলা যদি কাগজ হয় আৰু জোনটো যদি আচল নহয় সেই জোনাকৰ ৰহণ কিমাননো ? বুজিও নুবুজা হৈ আমি ভুলকে ভাল বুলি বোটলোঁ…
-
Oi Oi Akakh Xubo Lyrics | Bhupen Hazarika
Song: Oi Oi Akakh Xubo (অয়, অয় আকাশ শুব) Singer: Bhupen Hazarika Oi Oi Akakh Xubo Lyrics Oi Oi Akakh Xubo Lyrics:— অয়, অয় আকাশ শুব অয় অয় বতাহ শুব দিগন্ততে হাঁহাকাৰ হʼব। সময় যেন স্তব্ধ হয়, হয় ভীত হয়, হয় চকুলো শিল হʼব অয় অয় সময় শুব। পাপ যদি বেয়া, কামনা কিয় দিলে দিলে, দিলে? মোহ…
-
Ghar Amar Mati Hoi Lyrics | Bhupen Hazarika
Song: Ghar Amar Mati Hoi (ঘৰ আমাৰ মাটি হয়) Singer: Bhupen Hazarika Ghar Amar Mati Hoi Lyrics Ghar Amar Mati Hoi Lyrics:— ঘৰ আমাৰ মাটি হয় মাটিয়েই ঘৰ; বাটেই আমাৰ আপোন হয় আপোনেই পৰ। এটি মিঠা জীৱন, এটি জীৱিকাৰ বাট ৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত; বিচাৰোঁতেই দিন যায়, কৰি দাম-দৰ।। চোৰাং কʼলা বজাৰতে, বহু কʼলা ধন পাবা…
-
Xamayar Agragati Lyrics | Bhupen Hazarika
Song: Xamayar Agragati (সময়ৰ অগ্ৰগতি) Singer: Bhupen Hazarika Xamayar Agragati Lyrics Xamayar Agragati Lyrics:— সময়ৰ অগ্ৰগতি পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহিমুখে হাঁহিমুখে জ্যোতিক শিৰত তুলি আহে দিন বাজে বীণ নিৰাশাবিহীন আহে বীণ বাজে বীণ নিৰাশাবিহীন নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ সমূখত পোহৰৰ জলন্ত জোৱাৰ ৷ সত্যক সাৰথি কৰি আহে দিন যায় দিন বিৰামবিহীন আহে দিন…
-
Kohuwa Kumol Lyrics | Bhupen Hazarika
Song: Kohuwa Kumol (কঁহুৱা কোমল) Singer: Bhupen Hazarika Kohuwa Kumol Lyrics Kohuwa Kumol Lyrics:— কঁহুৱা কোমল উশাহ মোৰ বন্ধ হʼব খুজিছে, বন্ধ আকাশ গলি গলিহে বন্দিনী ৰূপে আহিছে।। উশাহ কিহৰ মিঠা মৰমৰ আকাশ কিহৰ মিঠা প্ৰণয়ৰ ব্যাখ্যা কৰাৰ চেষ্টা মিঠা পিছে দুটি প্ৰাণৰ এটি প্ৰণয়ৰ সংগম আৰু মিঠা উন্মুক্ত আকাশ গলি গলি যেন আলিঙ্গন হৈ পৰিছে।। যুগ-যুগান্তৰৰ…
-
Xendur Xendur Prabhati Lyrics | Bhupen Hazarika
Song: Xendur Xendur Prabhati (সেন্দুৰ সেন্দুৰ প্ৰভাতী) Singer: Bhupen Hazarika Xendur Xendur Prabhati Lyrics Xendur Xendur Prabhati Lyrics:– সেন্দুৰ সেন্দুৰ প্ৰভাতী সুৰুয মোৰ গালে মুখে পৰিছে পাহৰণিৰ কুঁৱলী ফালি সোঁৱৰণি যেন আহিছে। মনত পৰিছে যেন অস্ত বেলিৰ বিদায় সনা চাৱনি লগে লগে যেন দেখিছোঁ পুনৰ লৱণু কোমল মুখনি মন পথাৰৰ সেউজ শইচত মলয়াৰ মৃদু নাচোন মনত পৰিছে…
-
Jai Jai Axomir Lyrics | Bhupen Hazarika
Song: Jai Jai Axomir (জয় জয় অসমীৰ) Singer: Bhupen Hazarika Jai Jai Axomir Lyrics Jai Jai Axomir Lyrics:— জয় জয় অসমীৰ নতুন পুৰুষ জয় জয় শ্বহীদ বাহিনী পঁচাশীত লিখিলোঁ ত্যাগেৰে তোমাৰ মুক্তিৰ কাহিনী। মহাভাৰতৰ মহা অংগ অসমী আই আমাৰ কʼত সন্তানৰ শোণিত ঢালে নোপোৱাঁ তুলনা তুমি তাৰ। বহ্নিমান এই ব্ৰহ্মপুত্ৰ নৈ উপনৈ আৰু পাহাৰ-ভৈয়ামৰ মাচিলাঁ চকুপানী পঁচাশীত…
-
Milonore Ei Xubho Lyrics | Bhupen Hazarika
Song: Milonore Ei Xubho (মিলনৰে এই শুভ) Singer: Bhupen Hazarika Milonore Ei Xubho Lyrics Milonore Ei Xubho Lyrics:— অ’ …..অ’…..অ’…… মিলনৰে এই শুভ ক্ষণ পখিলা উৰাদি উৰে মন মৰমৰে এই আৱাহন জীৱনৰে মধুৰ লগন। লাজৰে বান্ধোন খুলি যায় যায় বুকুৱে সঁহাৰি পায় পায়। অমৃতময় এই আলিঙ্গন যেনে হৰগৌৰীৰ মহামিলন।। দয়াৱতী পাৰ্বতী আই নধৰিবা দোষ দায় । তোমাৰ…
-
Eiti Ba Kun Lyrics | Bhupen Hazarika
Song: Eiti Ba Kun (এইটি বা কোন) Singer: Bhupen Hazarika Eiti Ba Kun Lyrics Eiti Ba Kun Lyrics:— এইটি বা কোন ওলালে সিংহ কেনি লুকালে নেগুৰ কটা শৃগাল আজি ৰাজসভালৈ যায়। পপীয়া তৰা ওলালে সূৰুষ কেনি লুকালে তপস্বী বিড়াল আজি নামঘৰলৈ যায়। গৰ্দ্দভৰে নৃপতি, গৰ্দ্দভে শোভে। ন্যায় এৰি নৃপতি, মৰে অতি লোভে।। কাউৰী সজাওঁ যদি গজৰাজ মুক্তাৰে…