Category: Bhupen Hazarika

  • Bohudinor Agote Lyrics | Bhupen Hazarika

    Song: Bohudinor Agote (বহুদিনৰ আগতে) Singer: Bhupen Hazarika Bohudinor Agote Lyrics Bohudinor Agote Lyrics:—- বহুদিনৰ আগতে গধূলিৰে পৰতে তোমাৰ ৰূপহ শিখা দেখা আজিও পৰে মনত হে। মোৰে সৰু পঁজাতে নেমেলা খিৰিকীতে তুমি আহি মাত দিলা ধুনীয়া নিশাতে কʼলীয়া ধুমুহাৰে শত শত বিপদে তোমাৰ মোৰ সপোনখিনি কঁপালে গছকতে। আমাৰ চেনেহ সাগৰৰে দেখি সাহস জোৱাৰতে বিপদৰ ধুমুহাই পলালে পলকতে…

  • Snehe Amar Lyrics – Bhupen Hazarika

    Bhupen Hazarika stands as an iconic figure in Indian music, celebrated not only for his enchanting melodies but also for his multifaceted contributions as a composer, singer, filmmaker, and cultural icon. Born in 1926 in Assam, Hazarika’s musical journey traversed various genres, blending Assamese folk music with contemporary styles, creating a distinctive and timeless sound.…

  • O Tumi Jun Ne Xun (অʼ তুমি জোন নে সোণ) Lyrics | Bhupen Hazarika

    Song: O Tumi Jun Ne Xun (অʼ তুমি জোন নে সোণ) Singer: Bhupen Hazarika O Tumi Jun Ne Xun Lyrics O Tumi Jun Ne Xun Lyrics:— অʼ তুমি জোন নে সোণ নে শিখা ? অʼ মোৰ এটি নাম যৌৱনৰ তৃষা। কথা : সাগৰৰ পাৰ। অʼ সাগৰৰ পাৰে পাৰে বাট নিশা তুমি মই বহি আছোঁ তাত তুমি হʼলা…

  • Bhupen Hazarika Songs O Junali Dipandita Lyrics

    Song: O Junali Dipandita (অʼ জোনালী দীপান্বিতা) Singer: Bhupen Hazarika O Junali Dipandita Lyrics O Junali Dipandita Lyrics:— অʼ জোনালী দীপান্বিতা দীপান্বিতা দীপান্বিতা। ঘিট্‌মিটীয়া এন্ধাৰ কাতিৰ ৰাতি চিকমিকীয়া জ্বলি উঠে চাকি উজ্বলিল সোণৰে মাটি।। জ্বলে ঘৰে ঘৰে প্ৰদীপ শিখা মঙ্গল উৰুলি আৰতি দেৱশিশু সৱে উমলিছে পোহৰৰ দলিচা পাতি।। দীপান্বিতা দুদিনীয়া আহিব বা এছাটি, আনিব পৃথিৱীৰ সমুখলৈ পুনৰ…

  • Kajiranga Voyaboho Lyrics | Bhupen Hazarika

    Song: Kajiranga Voyaboho (কাজিৰঙা ভয়াবহ) Singer: Bhupen Hazarika Kaziranga Voyaboho Lyrics Kaziranga Voyaboho Lyrics:— কাজিৰঙা, কাজিৰঙা কাজিৰঙা ভয়াবহ নহয় নহয় ই অভয়াৰণ্য ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জনঅৰণ্য। অৰণ্যই যুগে যুগে জন্ম দিলে সাধনাব্ৰতী ঋষি-মুনি কত শত জ্ঞানৰ আদৰ্শ দিলে দিলে কত মনিষী গুণী। সেয়ে ভাৰত আজি হ’ল ধন্য। কাজিৰঙা মোৰ সেউজ সপোন আপোন কঁহৰা বাগৰী সীমাৰ লুইত…

  • Tezpur University Anthem Lyrics | Bhupen Hazarika

    Tezpur University Anthem Lyrics Song: Tezpur Biswa Bidyalaya Xangit (তেজপুৰ বিশ্ববিদ্যালয় সঙ্গীত) Singer: Bhupen Hazarika Tezpur University Anthem Lyrics Tezpur University Anthem Lyrics:— তেজপুৰ বিশ্ববিদ্যালয় সঙ্গীত অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেঁতু নিৰ্মাণ-জ্ঞান জ্যোতিৰ্ময় সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয় | ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰত গণনাৰে কৰোঁ বিচৰণ বিজ্ঞান-জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপ আয়ত্ব কৰি কলা-কৌশল কৰি যাঁও দিক্…

  • O Mur Dhoritri Aai (অ’ মোৰ ধৰিত্ৰী আই) | Lyrics By Bhupen Hazarika

    Song: O Mur Dhoritri Aai (অ’ মোৰ ধৰিত্ৰী আই) Singer: Bhupen Hazarika O Mur Dhoritri Aai Lyrics O Mur Dhoritri Aai Lyrics:— অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়; দয়া কৰা দয়াশীলা আই । দয়া কৰা দয়াশীলা আই | ৰ’দ বৰষুণ কাতি কৰি, ঘাম পেলাই চহ কৰি, তোমাৰ বুকুত সোণ চপাওঁ,…

  • Tumiye Mur Kolponare (তুমিয়ে মোৰ কল্পনাৰে) | Lyrics by Bhupen Hazarika

    Song: Tumiye Mur Kolponare (তুমিয়ে মোৰ কল্পনাৰে) Singer: Bhupen Hazarika Tumiye Mur Kolponare Lyrics Tumiye Mur Kolponare Lyrics:— তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়না তুমিয়ে মোৰ জীৱনৰে মধুৰ আল্পনা তোমাৰ বাবেই মোৰেই সুৰৰ কতনা মূৰ্চ্ছনা তুমি জানা নে নেজানা ? জীৱন ৰণাঙ্গনত তুমি সাহসৰে তীৰ্থভূমি পৰাজয়ৰ নিৰাশাতো তুমিয়ে সান্ত্বনা তুমি জানা নে নেজানা? জীৱন-বনৰ গভীৰতাত উৎস তুমি সেউজৰে সেই…

  • Mrityu Haboti (মৃত্যু সাবটি) | Lyrics By Bhupen Hazarika

    Song: Mrityu Haboti (মৃত্যু সাবটি) Singer: Bhupen Hazarika Mrityu Haboti Lyrics Mrityu Haboti Lyrics:— মৃত্যু সাবটি সমাধিতলিত অকলে আছোঁহি শুই এতিয়া পুনৰ আহিছাঁ কিয় জ্বলাব কলিজাৰ জুই। মৰণ পৰতো আছিলোঁ দেখোন তোমাৰ বাটকে চাই। তেতিয়া তুমি সময় নেপালাঁ তোমাৰ আহৰি নাই। মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই ঢাকি দিলে আন কোনোবাই গংগাজলেৰে দেহাটি তিয়াই দিলে নিশ্চয় তুমি তেতিয়া…

  • Kuwoli Kuwoli (কুঁৱলী কুঁৱলী) | Lyrics By Bhupen Hazarika

    Song: Kuwoli Kuwoli (কুঁৱলী কুঁৱলী) Singer: Bhupen Hazarika Kuwoli Kuwoli Lyrics Kuwoli Kuwoli Lyrics:— কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি? অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । পাহৰণি কুঁৱলী নিৰৱ সিপাৰে পৰি আছো একাধিক শতাব্দী ধৰি, পৰি আছো। কুঁৱলী কুঁৱলী কি সপোন ভাঙিলি অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি । অন্ধযুগৰ মকৰাৰ পুৰণি জালৰ বন্দিনী মই অদেখা অজানা অশৰীৰী পৰি আছো উচুপিছো…