Category: Bhupen Hazarika

  • Mur Gaan Hauk Lyrics | মোৰ গান হওক | Bhupen Hazarika

    Song: Mur Gaan Hauk (মোৰ গান হওক) Singer: Bhupen Hazarika Mur Gaan Hauk Lyrics Mur Gaan Hauk Lyrics:— মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা-বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান।। মোৰ কলাশৈলীতে মূৰ্ত্ত হওক এক মধুৰ বৈশিষ্টৰ মান। এই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ।। মোৰ গান হওক বহু আস্থাহীনতাৰ…

  • Pratidhwani Hunu Lyrics | প্ৰতিধ্বনি শুনো | Bhupen Hazarika

    Song: Pratidhwani Hunu (প্ৰতিধ্বনি শুনো) Singer: Bhupen Hazarika Pratidhwani Hunu Lyrics Pratidhwani Hunu Lyrics:— প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |…

  • Bohagor Pratham Lyrics | বʼহাগৰ প্ৰথম | Bhupen Hazarika

    Song: Bohagor Pratham (বʼহাগৰ প্ৰথম) Singer: Bhupen Hazarika Bohagor Pratham Lyrics Bohagor Pratham Lyrics:— বʼহাগৰ প্ৰথম পুৱা নকৈ গাভৰু হোৱা এপাহি কপৌ ফুলে কাণে কাণে ভোমোৰাক যেন কʼলে: এ মই ফুলিলোঁ হে মোৰ পাতগাভৰুৰ মন কুমলীয়া মই একোকে নাজানো নুশুহিবা মধূকণ। যোৱাঁনা আন ফুলৰ ফালে সিহঁত আগতে ফুলিলে কৃষ্ণচূড়াৰ মৌ চুহা না এজাৰেও বুকু উদঙালে। ফুলি আছে,…

  • Mitha Mitha Bohagor Lyrics | মিঠা মিঠা বʼহাগৰ | Bhupen Hazarika

    Song: Mitha Mitha Bohagor (মিঠা মিঠা বʼহাগৰ) Singer: Bhupen Hazarika Mitha Mitha Bohagor Lyrics Mitha Mitha Bohagor Lyrics:— মিঠা মিঠা বʼহাগৰ গীত এটিকে ৰচোঁ বুলি ভাবিলো এনেতে চুচুক চামাককৈ কাষ চাপিলা ম‍ই যেন ভাষা পালোঁ। মিঠা মিঠা বʼহাগৰ। লুইততে তিওৱা তোমাৰ দেহা মাহ আৰু হালধিৰ সুৱাস ঘঁহা নিচেই কাষতে পোৱাৰ পিছত সুৰ যেন হাততে পালোঁ মিঠা মিঠা…

  • Akon Ghoroloi Lyrics | অকণ ঘৰলৈ | Bhupen Hazarika

    Song: Akon Ghoroloi (অকণ ঘৰলৈ) Singer: Bhupen Hazarika Akon Ghoroloi Lyrics Akon Ghoroloi Lyrics:—- অকণ ঘৰলৈ আহিলে আমাৰ অকণ আহিলে কেঁচা তেজ ভৰা ফুল শয়নত কোনেনো সজায়ে দিলে।। আমাৰ অকণে কৈশোৰতে বীৰৰ সপোন দেখিলে সংগ্ৰামৰে নেতা হʼব বুলি বিপ্লৱী ক্ষণ গণিলে।। অকণ শীঘ্ৰে ডাঙৰ হʼল দেশৰ কামলৈ লʼৱৰি গʼল সীমান্তলৈ কোনোবাই হাত-বাউলি মাতিলে।। জয়ৰ তিলক আঁকি সিদিনা…

  • Oliya Boliya Lyrics | অলিয়া-বলিয়া | Bhupen Hazarika

    Song: Oliya Boliya (অলিয়া-বলিয়া) Singer: Bhupen Hazarika Oliya Boliya Lyrics Oliya Boliya Lyrics:— অলিয়া-বলিয়া মন মোৰ অলিয়া বলিয়া মন সুন্দৰ সৃষ্টিকাৰী মই অসুন্দৰহাৰী নতুনতা মোৰ পণ। শুৱনী ধৰণী সজাওঁ পৰাওঁ তুমিয়ে দিয়া তাৰ প্ৰাণ  সাত ৰহণৰ ৰামধেনু লৈ আকাশ কৰিলোঁ ম্লান।। লগৰে লগৰী তুমি হʼবা মোৰ পথৰে প্ৰেৰণাৰ বল পুৰণি পৃথিৱী ন-ৰূপ দি বান্ধি লৈ দুয়োৰে মন।।

  • Axom Dekhor Bagisare Lyrics | অসম দেশৰ বাগিচাৰে | Bhupen Hazarika

    Song: Axom Dekhor Bagisare (অসম দেশৰ বাগিচাৰে) Singer: Bhupen Hazarika Axom Dekhor Bagisare Lyrics Axom Dekhor Bagisare Lyrics:—- অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি; হেʼ লছমী নহয় মোৰে নাম – চামেলি ।। শিৰীষ তলে ধৰ্‌বি পাহি, পাতা লম্বা পাবি বʼলি; নাকে পিন্ধি নাকফুলি, জোৱান ভুলালি হেʼ চম্পা নহয় মোৰে নাম চামেলি।। বাৰ মাসেৰ বাৰ ফুল…

  • O Abhimani Bandhu Lyrics | অʼ অভিমানী বন্ধু | Bhupen Hazarika

    Song: O Abhimani Bandhu (অʼ অভিমানী বন্ধু) Singer: Bhupen Hazarika O Abhimani Bandhu Lyrics O Abhimani Bandhu Lyrics:—- অʼ অভিমানী বন্ধু ভুল নুবুজিবা, নাপাহৰিবা, পাহৰি নাযাবা।। সংযমহীনা বুলি দুষিছিলাঁ তুমিয়ে চাগে শুদ্ধ পৰ পুৰুষত অধিকাৰ নাই সেয়ে মোৰ পথ ৰুদ্ধ। সেয়ে বিদায় মাগিলোঁ হাৰো মানিলোঁ কৰি নিয়তিৰে যুদ্ধ।। নাপাৰহিবা পাহৰি নাযাবা। তম্বু তৰিলোঁ তোমাৰ সভাত লুকাই খেলিলো…

  • Tez Dila Pran Dila Lyrics | তেজ দিলাঁ, প্ৰাণ দিলাঁ | Bhupen Hazarika

    Song: Tez Dila Pran Dila (তেজ দিলাঁ, প্ৰাণ দিলাঁ) Singer: Bhupen Hazarika Tez Dila Pran Dila Lyrics Tez Dila Pran Dila Lyrics:— তেজ দিলাঁ, প্ৰাণ দিলাঁ ত্যাগ দিলাঁ ডেকা বন্ধু পুনু আহিবা, আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু। তেজ দিলাঁ, প্ৰাণ দিলা, ত্যাগ দিলাঁ, ডেকা বন্ধু পুনু আহিবা, আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু ।। বেলি উঠিব,…

  • O Mising Dekati Lyrics | অʼ মিচিং ডেকাটি | Bhupen Hazarika

    Song: O Mising Dekati (অʼ মিচিং ডেকাটি) Singer: Bhupen Hazarika O Mising Dekati Lyrics O Mising Dekati Lyrics:— বোলোঁ… অʼ মিচিং ডেকাটি বজালি যে পেম্পাটি সুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাটি। মিবু গালুক চোলাটি পেৰেৰুম্বং চাদৰখন কিয়নো পিন্ধিলি? মূৰত দেখো দুমেৰ দি গামোচা আঁটিলি আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জীয়া জীয়া ঐনিতমটি। বোলোঁ…. অʼ…