Category: Bhupen Hazarika
-
O Ami Tezal (অʼ আমি তেজাল) | Lyrics In Assamese | Bhupen Hazarika
Song: O Ami Tezal (অʼ আমি তেজাল) Singer: Bhupen Hazarika O Ami Tezal Lyrics O Ami Tezal Lyrics:— অʼ আমি তেজাল গাঁৱলীয়া গাঁৱৰে ৰাখিম মান। নাঙল-যুঁৱলীৰে পৃথিৱী সজাওঁ ৰʼদত তিৰেবিৰায় জান। লহ্পহীয়া মুগাবৰণীয়া মলয়াত হালিছে ধান গাঁৱৰে ৰাখিম মান। অʼ আমি গাভৰু ধুনীয়া ছেগ চাই কাটিমে ধান গাঁৱৰ গৰখীয়াই পেঁপাটি বজাই সুৰতে হৰি গʼল প্ৰাণ ছেগ চাই…
-
Bhora Barixar (ভৰা বাৰিষাৰ) | Lyrics In Assamese | Bhupen Hazarika
Song: Bhora Barixar (ভৰা বাৰিষাৰ) Singer: Bhupen Hazarika Bhora Barixar Lyrics Bhora Barixar Lyrics:— ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও পাৰতে উচুপি কান্দে দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে ঘৰৰ চালে পানী কাটি নিয়ে আহুধানৰ আলিটিৰ ভেটা ভাঙি দিয়ে ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ নাতি-পুতিক আঁকোৱালি বুঢ়ীআয়ে কান্দে অ’ হুদুটিয়ে গছে আগত ভেটি মাটি…
-
Kolir Krishna Buli (কলিৰ কৃষ্ণ’ বুলি) | Lyrics In Assamese | Bhupen Hazarika
Song: Kolir Krishna Buli (কলিৰ কৃষ্ণ’ বুলি) Singer: Bhupen Hazarika Kolir Krishna Buli Lyrics Kolir Krishna Buli Lyrics:— কলিৰ কৃষ্ণ’ বুলি নোজোকাবা ‘কৃষ্ণ’ ‘কৃষ্ণ’ বুলি নোজোকাবা মোক মইতো তোমাক আজি মতা নাই ৰাধা বুলি । “কলিৰ কৃষ্ণ’ বুলি নোজোকোবা মোক ‘কলিৰ কৃষ্ণ’ বুলি ।। ষোল্লশ গোপীও নাই এইয়া কলিকাল বিচাৰি তোমাকে পালোঁ ভাগ্য ভাল ভাগ্য ভাল বুলি…
-
Luitor Paar Duti (লুইতৰ পাৰ দুটি) | Lyrics In Assamese | Bhupen Hazarika
Song: Luitor Paar Duti (লুইতৰ পাৰ দুটি) Singer: Bhupen Hazarika Luitor Paar Duti Lyrics Luitor Paar Duti Lyrics:— লুইতৰ পাৰ দুটি জিলিকি উঠিব ৰাতি জ্বলি শত দেৱালীৰ বন্তি আহিব কাতিৰে মাহটি দূৰতে দেৱালীৰ বন্তি । অʼ ভৰা বৰলুইতত লুইতপৰীয়া টুলুঙা নাৱতে অকলশৰীয়া আমাৰে ভদীয়া এন্ধাৰৰ কথা ভাবি দিয়া কৰে ছাটি-ফুটি । এনুৱা পৰতে যোৱা বছৰতে কাল বানপানী…
-
Jug Jug Dhori (যুগ যুগ ধৰি) | Lyrics In Assamese | Bhupen Hazarika
Song: Jug Jug Dhori (যুগ যুগ ধৰি) Singer: Bhupen Hazarika Jug Jug Dhori Lyrics Jug Jug Dhori Lyrics:— যুগ যুগ ধৰি এচাম লোকে শোষণ কিমাননো কৰিব ? নতুন সুৰ্য্যক ক’লা ডাৱৰে আৰুনো কিমান ঢাকিব? সিহঁতে বুধিৰে মুখা পিন্ধি ভুৱানো কিমান দিব ? সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্রতিজ্ঞা কোনেনো কৰিব ? তুমি ! তুমি ! তুমি !!! সমাজৰ…
-
Pahar Bhoiyamor (পাহাৰ ভৈয়ামৰ) | Lyrics In Assamese | Bhupen Hazarika
Song: Pahar Bhoiyamor (পাহাৰ ভৈয়ামৰ) Singer: Bhupen Hazarika Pahar Bhoiyamor Lyrics Pahar Bhoiyamor Lyrics:— পাহাৰ ভৈয়ামৰ সংগম থলীতে বন্ধু এজন মোৰ আছিল এদিন ৰʼদালিৰে ভৰা সেই সোণালী সুদিন । একেলগে খেলা পুৱা-গধূলি বেলা সেই শান্ত পাহাৰ সেই ধ্বনি নিজৰাৰ একেলগে বজালোঁ যে বীণ সোণ সৰি পৰা সোণালী সুদিন ৰʼদালিৰে ভৰা সেই সোণালী সুদিন। ওখ ওখ শালবনৰ ছাঁয়াৰ…
-
Sinaki Mur Monor Manuh (চিনাকি মোৰ মনৰ মানুহ) | Lyrics In Assamese | Bhupen Hazarika
Song: Sinaki Mur Monor Manuh (চিনাকি মোৰ মনৰ মানুহ) Singer: Bhupen Hazarika Sinaki Mur Monor Manuh Lyrics Sinaki Mur Monor Manuh Lyrics:— চিনাকি ——– চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবেই জনম লভিছোঁ। তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ; তুমি দেখিছানে নাই মই নাজানিলো কথা : – নেজানিলোঁ গধুলি প্ৰহৰ দেখো অতি সেমেকা, জীৱনটোৱেই হʼল কিবা পানী-মেটেকা তুমি…
-
Eti Monor (এটি মনৰ) | Lyrics In Assamese | Bhupen Hazarika
Song: Eti Monor (এটি মনৰ) Singer: Bhupen Hazarika Eti Monor Lyrics Eti Monor Lyrics:— এটি মনৰ দুটি মানুহ মৰমী সৰগ ৰচে, সৰগী মৰতত এই প্ৰিয়জনে আৱেগৰ নাচোন নাচে মৰমী সৰগ ৰচে।। তেনেকে নেচাবা বুকু…
-
Uti Jaa Rupali Nao (উটি যা ৰূপালী নাওঁ) | Lyrics In Assamese | Bishnu Prasad Rabha
Song: Uti Jaa Rupali Nao (উটি যা ৰূপালী নাওঁ) Singer: Bishnu Prasad Rabha Uti Jaa Rupali Nao Lyrics Uti Jaa Rupali Nao Lyrics:— উটি যা ৰূপালী নাওঁ উটি যা ৰূপালী নাওঁ উটি যা উটি যা ৰূপালী নাওঁ…
-
Atanka Lyrics | আতঙ্ক | Bhupen Hazarika
Song: Atanka (আতঙ্ক) Singer: Bhupen Hazarika Atanka Lyrics Atanka Lyrics:—- আতঙ্ক ঘোৰ আতঙ্ক আতঙ্কবাদ হুঁচিয়াৰ সূৰ্য্যলোকত উজলিছে শান্তি সমাহাৰ।। অজস্ৰ জীৱন হ’ল যে নিধন কত বোৱাৰীয়ে হেৰুৱালে স্বজন। যুগ যুগ ধৰি আমি আক্ৰান্ত তথাপি নহওঁ আমি ৰণক্লান্ত। আমি জানো, সেই অপশক্তিক তোমাক যোগাই যি গোপনে সহায় শত কোটি দৃঢ় ভাৰতীয়ই তোমাক কৰিব অসহায়। আত্মহত্যা অপমৃত্যু আত্মঘাতী উদ্দেশ্য…