Category: Dangkai Pagala Hol Lyrics
-
Dangkai Pagala Hol Lyrics (দাংকাই পগলা হ’ল)
Song: Dangkai Pagala hol Singer: Zubeen Garg & Swapnil Bharadwaj Dangkai Pagala Hol Lyrics এ সৰুতে ইশ্বৰে কেলৈ নামাৰিলে ঐ… হে পুতি থলেহেতেন গাতত… ঐ এতিয়া ইশ্বৰে যাতনাত ভগাইছে ঐ এনেহেন যৌৱনৰ কালত কেতিয়াবা বেজাৰত কেতিয়াবা বেজাৰত আঘাত লাগে অন্তৰত গজালি হৈ সুমাম গৈ শিৱ দৌলৰ ভিতৰত (২) AssameseLyrical.com এ দাংকাই তলৈকে আছু চাই এ…