Category: Debotaio Nubujile Lyrics

  • Debotaio Nubujile Lyrics (দেৱতাইও ও নুবুজিলে)

    Song: Debotaio Nubujile Singer: Zubeen Garg Debotaio Nubujile Lyrics  দেৱতাইও ও নুবুজিলে  তোমালোকৰ মন , দেৱতাইও ও নুবুজিলে  তোমালোকৰ মন  আমি তেনেহ’লে  কোননো কোৱা  এই বয়সতে তোমালোকৰ  মন পাবলে , আমি তেনেহ’লে  কোননো কোৱা  এই বয়সতে তোমালোকৰ  মন পাবলে । আজিকালি ছোৱালীলৈ  চাবকে নাপায় আজিকালি ছোৱালীলৈ  চাবকে নাপায় মৰম এজনলে চাৱনি আনলে দুদিনীয়া মৰম দি মিছাকৈ…