Category: Dhora Nidiu Moi Lyrics
-
Dhora Nidiu Moi Lyrics (ধৰা নিদিও মই)
Song: Dhora Nidiu Moi Singer: Mausam Gogoi Dhora Nidiu Moi Lyrics ধৰা নিদিও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাম নিবিচাৰো মৰম কোমল পৰশ মাথো দুচকুৱে চাম দুৰে দুৰে ৰ’লে তুমি সপোনে সপোনে দেখা পাম সপোন ভাঙি গ’লে তুমি কান্দি কান্দিও সূখ পাম AssameseLyrical.com ধৰা নিদিও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাম নিবিচাৰো মৰম কোমল পৰশ মাথো…