Category: Dipu Darshan Sharma

  • Monore Podulit Lyrics (মনৰে পদুলিত)

    Song: Monore Podulit Singer: Dipu Darshan Sharma Monore Podulit Lyrics আবেলি গধূলি মনৰে পদুলিত তোমাৰে কথায়ে কৰিছে আমনি অ’ নিশাৰে জোনাকি জ্বলিব জিলিকি থাকিব আকাশত অৰে জীৱন জুৰি ৰাতি সপোনতে তুমি আহিছিলা  তোমাৰ মিঠা পৰশে  মোক কৰে বলিয়া। তোমাৰ মিঠা পৰশে  মোক কৰে বলিয়া। AssameseLyrical.com অভিমানী নহ’বা  অ’ মৰম আতৰি অ’ নাযাবা  আকোৱালি ৰাখিম অ’ মৰম তুমিয়ে…