Category: harchita bhattacharya
-
Eta Kotha Kua Na Lyrics
Eta Kotha Kua Na Lyrics Song: Eta Kotha Kua Na Singer: Zubeen Garg & Harchita Bhattacharya Movie: Ratnakar Eta Kotha Kua Na Lyrics এটা কথা কোৱানা চুই মোক চোৱা না মই তোমাৰেনো হয় নে নহয়… এটা কথা কোৱানা চুই মোক চোৱা না মই তোমাৰেনো হয় নে নহয়… পাপো বুলি মাতানা মাতি নিজক সুধানা তুমি মোৰেই…
-
Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা) | RATNAKAR | Zubeen Garg & Harchita Bhattacharya
SONG: Eta Kotha Kuwana (এটা কথা কোৱানা) SINGER: Zubeen Garg & Harchita Bhattacharya FLIM: RATNAKAR Lyrics of Eta Kotha Kuwana (এটা কথা কোৱানা):– এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় পাপু বুলি মাতানা মাতি নিজক শুধানা তুমি মোৰেই মুমুজনী হয় নহয় বুকুৰে আমথো তুমিয়েই সকলো নিজকে দেখো তোমাৰেই মাজত এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় এপাহি সপোনৰ তুমিয়েই আলহী ৰ’দালি দিথকৰ তুমিয়েই তুলসী অ….. তৰালি আকাশৰ তুমিয়েই পুৱতি শেৱালি মৰমৰ তুমিয়েই ধৰনি ফুতুকি পাখিলি শুনিতৰ শেৱালি তোমাতেই আঁকো হৃদয়ৰ সাগৰ এটা কথা কোৱানা চুই মোক চোৱানা মই তোমাৰে নো হয় নে নহয় প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি দুভৰি দুহাতৰ…