Category: Jyoti Prasad Agarwala
-
Bonoriya Ami Bonor Sorai Lyrics By Jyoti Prasad Agarwala
Song: Bonoriya Ami Bonor Sorai (বনৰীয়া আমি বনৰ চৰাই) Singer: Jyoti Prasad Agarwala Drama: Karengor Ligiri Bonoriya Ami Bonor Sorai Lyrics Bonoriya Ami Bonor Sorai Lyrics:— বনৰীয়া আমি বনৰ চৰাই বনে বনে ফুৰো অনাই বনাই অনাই বনাই আমি অনাই বনাই আমি অনাই বনাই অ’ অনাই বনাই ৷ উ- উ-উ-উ….উ-উ…উ-উ-উ ৷ ভৈয়ামৰ মইনা তই পোহনীয়া পখী বনৰীয়া মইনাৰে…
-
Baxanta Tur Lekhoni Dali Lyrics By Jyoti Prasad Agarwala
Song: Baxanta Tur Lekhoni Dali (বসন্ত তোৰ লেখনীডালি) Singer: Jyoti Prasad Agarwala Baxanta Tur Lekhoni Dali Lyrics Baxanta Tur Lekhoni Dali Lyrics:— বসন্ত তোৰ লেখনীডালি মোক দি যাবি জানো? সেই লেখনীৰে ভাষা ফুলনিত অময়া বৰণ সানো ৷ পৃথিৱী পুঠিৰ যুগৰ পাতত তই যে আঁক ছবি ভাষাই ভাষাই ৰূপ চৰোৱা মই যে নতুন কবি,…
-
Baideu Baideu Lyrics By Jyoti Prasad Agarwala
Song: Baideu Baideu (বাইদেউ বাইদেউ) Singer: Jyoti Prasad Agarwala Baideu Baideu Lyrics Baideu Baideu Lyrics:— বাইদেউ বাইদেউ ৰজাৰ জী আইদেউ! দোলাখন আনি দে যাওঁ, বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া ধিনিকি ধিন্দাও দাও ৷৷
-
Bijuli Saki Jolile Lyrics By Jyoti Prasad Agarwala
Song: Bijuli Saki Jolile (বিজুলী চাকি জ্বলিল) Singer: Jyoti Prasad Agarwala Bijuli Saki Jolile Lyrics Bijuli Saki Jolile Lyrics:— বিজুলী চাকি জ্বলিল ঘৰে ঘৰে কাৰ সাধনাত সুন্দৰ নামি জগত পোহৰ কৰে সেই বিজুলি জ্বলক আজি গাঁৱৰ ঘৰে ঘৰে ৷ কোন প্ৰতিভাত সুন্দৰ নামি জনৰ মনত আলোককম্প কৰে কাৰ গানৰ সুৰত হুন্দৰ হাঁহি…
-
Bijuli Batire Saki Joluwa Lyrics By Jyoti Prasad Agarwala
Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা ) Singer: Jyoti Prasad Agarwala Bijuli Batire Saki Joluwa Lyrics Bijuli Batire Saki Joluwa Lyrics:— বিজুলি বাঁতিৰে চাকি জ্বলোৱা কোঠাত কৰিলি কি? পঢ়িলি, শুনিলি, জানিলি, বুজিলি আৰু নতুনৰ সৃষ্টি কৰিলি যি ? বিজ্ঞানৰ তই ফুল পাতেৰে সজালি ফুলৰ দানি নৱজীৱনৰ এই প্ৰকাশক আপুনি লৈছোঁ মানি বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে…
-
O Amar Gaon Lyrics By Jyoti Prasad Agarwala
Song: O Amar Gaon (অ’ আমাৰ গাঁও) Singer: Jyoti Prasad Agarwala O Amar Gaon Lyrics O Amar Gaon Lyrics:— অ’ আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ ৷ অ’ আমাৰ গাঁও ৷ সেউজীয়া পথাৰৰে ভৰপূৰ তামোলৰে দূৰৈতে জিলিকি থকা অ’ আমাৰ গাঁও ৷৷ দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰীও নহয় পাছ পৰা অ’…
-
O Xuworoni Lyrics By Jyoti Prasad Agarwala
Song: O Xuworoni (অ’ সোৱৰণি) Singer: Jyoti Prasad Agarwala Drama: Karengor Ligiri O Xuworoni Lyrics O Xuworoni Lyrics:— অ’ সোৱৰণি সমিধান দিয়া, শাঁত কৰি প্ৰাণৰ অগনি ৷ নিৰ্ব্বাক অতীতৰ, গোপন কুঞ্জ এৰি, আহা মৌসনা সোঁৱৰণি ৷ উৰুৱাই মনৰ মাজলৈ সুৱৰ্ণৰে পাখি ৷ পাহৰণি-পদুমৰ মন্ত্ৰদূত, পাহি মেলি মেলি ৷