Category: Jyoti Prasad Agarwala

  • Aji Houk Puhoror Puja Lyrics By Jyoti Prasad Agarwala

    Song: Aji Houk Puhoror Puja (আজি হওঁক পোহৰৰ পূজা ) Singer: Jyoti Prasad Agarwala Aji Houk Puhoror Puja Lyrics Aji Houk Puhoror Puja Lyrics:— আজি হওঁক পোহৰৰ পূজা    আজি গীত হওক যত অন্তৰ পদুমৰ গন্ধবাহী গান আগেয়ে নোগোৱা কোনোৱে নুবুজা আজি হওক পোহৰৰ পূজা ৷ জাগা যত জীৱনৰ সোণাময় সুকুমাৰ বেদনা আজি উচুপি উঠক যত সাৰ…

  • Amar Gaonor Go Baat Lyrics By Jyoti Prasad Agarwala

    Song: Amar Gaonor Go Baat (আমাৰ গাঁৱৰ গো বাট ) Singer: Jyoti Prasad Agarwala Amar Gaonor Go Baat Lyrics Amar Gaonor Go Baat Lyrics:— আমাৰ গাঁৱৰ গো বাট  তাত শিমলুৰ ৰঙা পাপৰি সৰে হালধীয়া সৰা পাতত কোনোবা ফুৰে কোনোবা ঘূৰে মৰ মৰ কৰে ৷ আমাৰ গাঁৱৰ গো বাট তাত গাঁৱলীয়াৰ ভালপোৱাই মেলে মৰম নাট ৰাতিটোলৈ ইচাট বিচাট…

  • Bonor Aarot Kune Kandi Lyrics By Jyoti Prasad Agarwala

    Song: Bonor Aarot Kune Kandi (বনৰ আঁৰত কোনে কান্দি) Singer: Jyoti Prasad Agarwala Bonor Aarot Kune Kandi Lyrics Bonor Aarot Kune Kandi Lyrics:— বনৰ আঁৰত কোনে কান্দি যাৱ    মনৰ আঁৰত কোনে বীণ বাৱ মোক জানো চিনি পাৱ ? পাৱতো মোক চিনি কতবাৰ তই কত আহি গৈ মোৰ মৰম গৈছ জিনি পাৱতো তই, নাপাবি কিয়নো চিনি ?…

  • Puhoror Fot Pindhi Lyrics By Jyoti Prasad Agarwala

    Song: Puhoror Fot Pindhi (পোহৰৰ ফোঁট পিন্ধি) Singer: Jyoti Prasad Agarwala Puhoror Fot Pindhi Lyrics Puhoror Fot Pindhi Lyrics:— পোহৰৰ ফোঁট পিন্ধি কপালত কিনো বিচাৰি আহ’ মই সুধিলে ভাষা পাহৰি ৰঙা নপৰি… হাঁহ’ নতুন দিনৰ অ’ গাভৰু কাণত পিন্ধি মোৰ কবিতাৰে কেৰু হাতত পিন্ধি মোৰ অকোৱা পকোৱা খাৰু ৷ আৰু মোৰ যে একোকে নাই এতিয়া দিওঁ সুদা…

  • Pranati Naba Jana Jibonor Lyrics By Jyoti Prasad Agarwala

    Song: Pranati Naba Jana Jibonor (প্ৰণতি নৱ জনজীৱনৰ) Singer: Jyoti Prasad Agarwala Pranati Naba Jana Jibonor Lyrics Pranati Naba Jana Jibonor Lyrics:– প্ৰণতি প্ৰণতি প্ৰণতি নৱ জনজীৱনৰ অভিনৱ জ্যোতি প্ৰণতি প্ৰণতি প্ৰণতি ৷ আজি সুৰে সুৰে জাগ জনতাৰ আশা কণ্ঠে কণ্ঠে জাগ সংগ্ৰামী দলিতৰ দুৰ্ম্মদ ভাষা ৷ ঝঙ্কৃত নৱ জনজীৱনৰ ছন্দ ফুলি উঠ ফুলি উঠ সাম্য সংস্কৃতিৰ…

  • Fulor Kolik Fular Montro Lyrics By Jyoti Prasad Agarwala

    Song: Fulor Kolik Fular Montro (ফুলৰ কলিক ফুলাৰ মন্ত্ৰ) Singer: Jyoti Prasad Agarwala Fulor Kolik Fular Montro Lyrics Fulor Kolik Fular Montro Lyrics:— ফুলৰ কলিক ফুলাৰ মন্ত্ৰ  কৈ যাবলৈ কাণে কাণে সুন্দৰ বোলে আহি গুচি গ’ল মই টোপনিত থাকোতেই বেলি ওলোৱাৰ আগতেই ৷ মোৰ নিশা লিখা গান কৰি অভিমান শেৱালি তলত থমকি থাকোতেই সুন্দৰে তাকে খুজি নিলে…

  • Fulor Sa Toi Lyrics By Jyoti Prasad Agarwala

    Song: Fulor Sa (ফুলৰ ছাঁ তই) Singer: Jyoti Prasad Agarwala Fulor Sa Toi Lyrics Fulor Sa Toi Lyrics:— ফুলৰ ছাঁ তই        পাতৰ আঁৰত কিয় লুকাৱ? তই বিচৰা পোহৰ দেখি কিয় লাজ পাৱ? পোহৰে তাক বেলি থাকোঁতে কি কথা গ’ল কৈ পোহৰ গলে ৰাতি হলে মনে মনে তাকে সোধ গৈ নে কি তাকে সোধ গৈ?

  • Fulor Pahit Lyrics By Jyoti Prasad Agarwala

    Song: Fulor Pahit (ফুলৰ পাহিত) Singer: Jyoti Prasad Agarwala Fulor Pahit Lyrics Fulor Pahit Lyrics:— ফুলৰ পাহিত কোনে  থৈ গলি এটুপি চকুৰ পানী পুৱাৰ পোহৰে আহি চুমা খালে বেলিৰ মৰম সানি চুমা-চেনেহতে পমি নাইকীয়া হ’ল বেজাৰে মৰমে দুয়ো লগে লাগি থিতাতে ময়াপী ইযে কি আপুনি আলাসতে উৰি গ’ল ৷ বেজাৰৰ সোণতে মৰম মুকুতাইয়ে আলসুৱা ৰূপ ধৰে চকুলোটুপিয়ে…

  • Fulor Logot Kotha Pota Lyrics By Jyoti Prasad Agarwala

    Song: Fulor Logot Kotha Pota (ফুলৰ লগত কথা পতা ) Singer: Jyoti Prasad Agarwala Fulor Logot Kotha Pota Lyrics Fulor Logot Kotha Pota Lyrics:— ফুলৰ লগত কথা পতা  অকণি ছোৱালীজনী তোৰ হাঁহিত সৰে মুকুতা মাণিক চকুত জ্বলে মণি ৷ ৰাতিপুৱাৰ সোণপোহৰে ফুলৰ পাহিৰ ৰঙা চোতালত বহি তোক কি ক’লে নতুন কথা আহ অ’ মোক ক’হি সুন্দৰ…

  • Fulore Mou Kham Lyrics By Jyoti Prasad Agarwala

    Song: Fulore Mou Kham (ফুলৰে মৌ খাম) Singer: Jyoti Prasad Agarwala Fulore Mou Kham Lyrics Fulore Mou Kham Lyrics:— ফুলৰে মৌ খাম মৌ মিঠা লাৰু জিৰ জিৰ জুৰ জুৰ নিজৰাৰ পানীৰে উমলি ফেনৰে ধেমালি কৰোঁ ৷৷