Category: Kinu Bipangote Lyrics
-
Kinu Bipangote Lyrics | Zubeen Garg
Song: Kinu Bipangote (কিনো বিপাঙতে) Singer: Zubeen Garg Kinu Bipangote Lyrics Kinu Bipangote Lyrics:— কিনো বিপাঙতে অ’ই পৰিলি ৰংমন অ’ই মৰম বিচাৰি গৈ কিনো বিপাঙতে অ’ই পৰিলি ৰংমন অ’ই মনৰ কথা খুলি কৈ ৰঙা গোলাপ কলি দেখি ভোল গ’লি কাইঁটতে বুকুখনি দিলি গুজি কুমলীয়া তোৰে কলিজাটি অ’ই তেজেৰে ৰাঙলী হ’ল তেজেৰে ৰাঙলী হ’ল কাঁহ-পিতল ই নহয় জান’…